কৃত্ প্ৰত্যয় আৰু তদ্ধিত্ প্ৰত্যয় কাক বোলে? । What is Krit Pratyay and Taddhit pratyay? Explain with example.
উত্তৰঃ- কৃত্ প্ৰত্যয় [Krit Pratyay]:- যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন-নতুন শব্দ সাধন কৰে, সেইবোৰ প্ৰত্যয়কে কৃত্ প্ৰত্যয় বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা কৃত্ প্ৰত্যয় কেইটামানৰ উদাহৰণ তলত দাঙি ধৰা হ’ল।
(ক) -অক্—মৰ+অক-মৰক।
(খ) -অতি—খজুৱা+অতি-খজুৱতি।
(গ) -অন—জান+অনি-জাননি।
(ঘ) -অনী—দা-অনী-দাৱনী।
তদ্ধিত্ প্ৰত্যয়
[Taddhit pratyay]:- বিশেষ অৰ্থ বুজাবৰ নিমিত্তে বিশেষ্য আদি শব্দৰ পাছত
যিবিলাক প্ৰত্যয় যোগ দি নতুন শব্দ সাধন কৰা হয়, সেইবিলাক প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে।
তদ্বিত প্ৰত্যয়ৰ উদাহৰণ তলত দাঙি ধৰা হ’ল-
(ক) -ই—খেত্+ই= খেতি
(খ) -আ—পেহ+আ=পেহা
(গ) -অক্—খেতি+অক= খেতিয়ক
(ঘ) -অনি—ধান+অনি= ধাননি
অসমীয়া ব্যকৰণ । Assamese Grammar:-
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment