নিৰ্দিষ্টবাচক প্ৰত্যয় । Nirdistotabachok Pratyay
নিৰ্দিষ্টবাচক প্ৰত্যয় মানে কি? অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটিমান উদাহৰণ দিয়া। [What is meant by Nirdistotabachak pratyay? Give an example of Nirdistotabachak pratyay in Assamese]
উত্তৰঃ-কোনো বস্তু বা বিষয় আদিক নিৰ্দিষ্ট্যকৈ বুজাৱলৈ অসমীয়া ভাষাত কিছুমান প্ৰত্যয় ব্যৱহাৰ কৰা হয়। এইবোৰ প্ৰত্যয়কে নিৰ্দিষ্ট্যতাবাচক প্ৰত্যয় বোলে। এই প্ৰত্যয়বোৰ বিশেষ্য, বিশেষণ আৰু সংখ্যাবাচক শব্দৰ উপৰি দ্বিতীয় পুৰুষৰ বাহিৰে আন কিছুমান সৰ্বনামৰ পিছতো যোগ হয়।
অসমীয়া ভাষাৰ নিৰ্দিষ্ট্যবাচক প্ৰত্যয় কিছুমান উদাহৰণ তলত দাঙি ধৰা হ’ল [Some example of Nirdistotabachak pratyay in Assamese]
(ক) -আখি=কলআখি।
(খ) -কণ=ল’ৰাকণ।
(গ) -কুৰা=জুইকুৰা।
(ঘ) -খিলা=কাগজখিলা।

অসমীয়া ব্যকৰণ । Assamese Grammar:-
Hindi Grammar :
विपरीतार्थक या विलोम शब्द
English Grammar
Correct Tense 2
@ Taposh Paul
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512
M.A. in Assamese (SLET)
email:-paultapos36@gmail.com
Mobile:-8812946512

Leave a comment