গৌৰীপুৰেৰ দীঘল গলি । Gauripurer dighol goli
1. গৌৰীপুৰেৰ দীঘল গলি
বানিয়া বইসচে সাৰি সাৰি ৰে
কি বানিয়া ভাই
সোণা দিয়া মাইৰলেন বুকে ঢেল ৰে
ও ৰে নাৰীৰ যৌৱন পানেৰ বোটা
যাইবে যৌৱন ৰইবে খোটা ৰে
ও ৰে বয়েস পৰিলে না চাইবেন ফিৰিয়া ৰে
গৌৰীপুৰেৰ দীঘল গলি
কাইয়া বইসচে সাৰি সাৰি ৰে
কি কাইয়া ভাই
কাপোৰ দিয়া বুকে মাইৰলেন ঢেল ৰে
আৰ নাৰীৰ যৌৱন
গৌৰীপুৰেৰ দীঘল গলি
দৰজী বইসচে সাৰি সাৰি ৰে
কি দৰজী ভাই
জামা দিয়া মাইৰলেন বুকে ঢেল ৰে
আৰ নাৰীৰ যৌৱন
গৌৰীপুৰেৰ দীঘল গলি
হলাই বইসচে সাৰি সাৰি ৰে
কি হলাই ভাই
মিঠাই দিয়া মাইৰলেন বুকে ঢেল ৰে
আৰ নাৰীৰ যৌৱন
গৌৰীপুৰেৰ দীঘল গলি
মাহুত বইসচে সাৰি সাৰি
ও কি মাহুত ভাই
গান দিয়া মোকে কইৰলেন পাগেলা ৰে
গৌৰীপুৰেৰ দীঘল গলি
বৰুৱাৰ বাৰী সাৰি সাৰি ৰে
কি বাবুৰে
ছিগ্ৰেট দিয়া মাইৰলেন বুকে ঢেল ৰে
আৰ নাৰীৰ যৌৱন।
2. ও সেবাদাসী ও মেবাদাসী । O sebadasi o mebadasi
ও সেবাদাসী ও মেবাদাসী
সেন্দুৰ পাইৰাঙ্গেঁ ডাকে বৈৰাগী
ও মাও মুই না যাং
ও চাচী মাও মুই না যাং
সেন্দুৰ দেখিয়া মোকে ভয় লাগে
ও সেবাদাসী ও মেবাদাসী
পাকা পইৰাঙ্গে ডাকে বৈৰাগী
ও পিসী মাও মুই না যাং
ও মাসি মাও মুই না যাং
শাঙ্খা দেখিয়া মোকে ভয় লাগে
ও সেবাদাসী ও মেবাদাসী
শাৰী পইৰাঙ্গে মোকে ভয় লাগে
ও সেবাদাসী ও সেবাদাসী
ও দাদী মাও মুই না যাং
ও মামী মাও মুই না যাং
শাৰী দেখিয়া মোকে ভয় লাগে
ও সেবাদাসী ও মেবাদাসী
সোণা পইৰাঙ্গে ডাকে বৈৰাগী
ও দিদি না যাং
ও দিদিৰে মুই না যাং
সোণা দেখিয়া মোকে ভয় লাগে।
3. আৰ বাছা পিয়া । Aar pachha piya
আৰ বাছা পিয়া মোৰ পৰান সাদু ও
সাদু বান্দো নায়েৰ গুৰা
আৰ এবাৰো বাণিজে যাইক সাদু ও
সাদু তোমাৰ দয়াৰ খুৰা
যখন আছিলং মোৰ পৰাণ সাধুও
সাদু বাপো মায়েৰ ঘৰে
তখন কেনে নাইযান সাদুও
সাদু বণিজ কৰিবাৰে
আৰাৰ বাশ কাটিয়া মোৰ পৰাণ সাদু
সাদু বান্দো কলাৰ ভুৰা
এবাৰো বাণিজ যাউক সাদু ও
সাদু তোমাৰ দয়াৰ খুৰা।
4. আজি পৰশিয়া আপোনাৰ । Aaji porshiya aaponar
আজি পৰশিয়া আপোনাৰ
না হয় বান্ধব ৰে
দল বাড়ী খান দল দল
আৰো বাঘেৰ ভয়
তোমৰা কেনে আসিলেন বন্ধু
আমৰায় গেইলং হয় ৰে
কোড়া কান্দে কুড়ীৰে কান্দে
বান্ধব কান্দে বালিহাঁস
বনেৰ হৰিণীৰে কান্দে
ছাড়িয়া মুখেৰ গাসৰে
নলেৰ আগুন তলে তলে
বান্ধৱ খাগড়াৰ আগুন জ্বলে
ও ৰে মোৰ অভাগীৰ বুকেৰ আগুন
দিনে ৰাতি জ্বলেৰে।

Leave a comment