চুপ থাক চুপ থাক । Chup thak chup thak-Zubeen Garg

1. চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে

ইটো নাই, সিটো নাই
বজাৰৰে তালিকা দীঘলিয়া
অ’ দীঘলিয়া
জুৰাব নোৱাৰোঁ
গাঠিটো মোৰ ধনে নাই
সাঁচতীয়া অ’ সাঁচতীয়া
ঘট গচকা দিনা
কথা দিচিলি কিয়
দুখে সুখে মোৰ
হ’বিহি লগৰীয়া
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
অ’ চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে

এচিকুট মৰম লৈ
হেৰা বুলি মাতিবলৈ
নিসিকিলি
তই নিসিকিলি
দহোটি বছৰে বাহিৰে
ভিতৰে
কেটেৰা মাৰিলি
কেটেৰা মাৰিলি
ছোৱালী কালৰে কথা
পিৰিটিৰে সেই বেথা
মোলৈ মৰো মৰো মন
তোৰ ক’তে এৰিলি
চপাই আনিলো তোক
যিদিনাৰে পৰা
লেঠা নেৰা নেপেৰা
নুবুজ তই
তথাপি মৰো তোৰ মৰমতে
চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে
অ’ চুপ থাক চুপ থাক
ছোৱালীৰ মাক
একো নকবি মোক
কথা শুনিলে জ্বৰ উঠে।

2. আজি তুমি ন’হলে । Aaji tumi nohole 

আজি তুমি ন’হলে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গোলপীয়া ওঁঠেৰে মিঠা
মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ’লে পাবা নিবিৰে
আজি তুমি ন’হলে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা

আছিলো অকলে সপোনে নিবিৰে
অচিনাকি নিশাতে
বুকুৰে উমকে সাঁচিলো তোমালে
বহু বহু যুগৰে
আজি মন কোমল মেঘৰ দৰে
আজি মন কোমল মেঘৰ দৰে
হৃদয়ৰ অশ্ৰু আৱেগৰে

আজি তুমি ন’হলে মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা
গুলপীয়া ওঁঠেৰে মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা
এতিয়াও মই দূৰণিৰে
সময় হ’লে পাবা নিবিৰে
আজি তুমি ন’হলে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা

ক’ৰবাত জনমৰ পাহৰা মৰমে
আহিছে ওচৰলে
বুকুৰে আমুঠু ৰঙালে ৰঙাৰে
মৰমী চাৱনিৰে
আজি মন তোমাৰ ময়ে অনন্ত
আজি মন তোমাৰ ময়ে অনন্ত
জ্বলি ৰ’ম তোমাৰে বুকুৰে হৈ
আজি তুমি ন’হলে
মোৰ মন নভৰে।

3. গাগৰি ককালত । Gagori kokalot

গাগৰি ককালত
ৰ’দালি দুগালত
মৰো মৰো লাগে
তোমাৰে ৰূপত
লাহৰি লাহৰি
এটি এটি খোজত
উঠিছে ঢৌ মোৰ
মনৰে বনত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব

শেৱালি নেৱালি
যুতি জাই মালতি
কিযে নুফুলে তোমাৰে বাতত
লিহিৰি খোপাতে কপৌ ফুলে হাহেঁ
জেতুকা জিলিকে দুয়োখনি হাতত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব

সোণাৰু ৰঙেৰে
সপোনে সজালো
থোপে থোপে হালধীয়া আৱেশত
ডেকা মনে মোৰো বিচাৰে তোমাকে
নৰ’বা নৰ’বা আঁতৰি দূৰত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব

গাগৰি ককালত
ৰ’দালি দুগালত
মৰো মৰো লাগে
তোমাৰে ৰূপত
লাহৰি লাহৰি
এটি এটি খোজত
উঠিছে ঢৌ মোৰ
মনৰে বনত
পানী অনা ঘাটলে
নাযাবা দেই অলকে
চল পালে কোনোবাই
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব
লৈ যাব ধৰি
লৈ যাব

4. ভূলতো নাচাবা তুমি । Bhulotu nasaba tum

Namariba mitha hahi
Bhulotu nasaba tumi
Namariba mitha hahi
Nelage tumar moromoke
Nelage tumar preronake
Thakim okole okole
Parim jibon hojabole
Bhulotu nasaba tumi
Namariba mitha hahi
Tumi sale mur val lagisil
Tumi hahilei praan vorisil
Tumi sale mur val lagisil
Tumi hahilei praan vorisil
Etiya nalage tene mitha hahi
Dekhilei jana buku jaai phati
Nelage aahibo uvoti
Nelage aahibo uvoti
Aanor moromoke newusi
Bhulotu nasaba tumi
Namariba mitha hahi
Xidina aasila hiyar logori
Morom disila buku ujari
Xidina aasila hiyar logori
Morom disila buku ujari
Nubujilu kiyo gola aatori
Singi muhari mur aaxar papori
Nelage aahibo uvoti
Nelage aahibo uvoti
Aanor moromoke newusi
Bhulotu nasaba tumi
Namariba mitha hahi
Bhulotu nasaba tumi
Namariba mitha hahi
Nelage tumar moromoke
Nelage tumar preronake
Thakim okole okole
Parim jibon hojabole
Bhulotu nasaba tumi
Namariba mitha hahi

Leave a comment

Trending