দ্বীপৰ বিলতে [Deepor Bilote] — ৰাকেশ ৰিয়াং আৰু আইলিটা [Rakesh Riyaan & Ailita]

Boy-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে
Girl-(হো) দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে
Boy-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে
Girl-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে

Boy-তোক সাৱটি ল’লো
বুকুৰ মাজতে
Girl-মই পাহৰি গ’লো
নিজকে হঠাতে
Both-দুয়ো লুতুৰি পুতৰি
প্ৰেম বোকাতে
Boy-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে
Girl-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে

Boy-দেহা ভিজা তোৰ দেহা ভিজা মোৰ
চকুৱে চকুৱে কামনা গধুৰ
Girl-মইও য়ে আতুৰ তইও য়ে আতুৰ
পাবলৈ এবুকু পিৰীতি মধুৰ
Boy-দেহা ভিজা তোৰদেহা ভিজা মোৰ
চকুৱে চকুৱে কামনা গধুৰ
Girl-মইও য়ে আতুৰ তইও য়ে আতুৰ
পাবলৈ এবুকু পিৰীতি মধুৰ
Boy-তই দোতোৰা বজালি কলিজাতে
Girl-তই উমলি থাকিলি হৃদয়তে
Both-দুয়ো লুতুৰি পুতৰি প্ৰেম বোকাতে
Boy-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে
Girl-দ্বীপৰ বিলতে জাকৈ মাৰোতে
জোকে ধৰোতে মাতিছিলি মোক
তই ভয়তে

Boy-সিদিনা ৰাতি টোপনি ক্ষতি
দিনৰে কাহিনী ভাবি ভাবি
Girl-মোৰো ই কাটি আৰু সিকাটি
সঘনে দেখিলো তোৰে ছবি
Boy-সিদিনা ৰাতি টোপনি ক্ষতি
দিনৰে কাহিনী ভাবি ভাবি
Girl-মোৰো ই কাটি আৰু সিকাটি
সঘনে দেখিলো তোৰে ছবি
Boy-তই দোতোৰা বজালি কলিজাতে
Girl-তই উমলি থাকিলি হৃদয়তে
Both-দুয়ো লুতুৰি পুতৰি
প্ৰেম বোকাতে
Boy-দেৰে নাৰে না
দেৰে নাৰে না
দেৰে নাৰে না
না না না না
Girl-দেৰে নাৰে না
দেৰে নাৰে না
দেৰে নাৰে না
না না না না

Leave a comment

Trending