অসম বিধায়কসকলৰ তালিকা 2021

List of Assam MLA 2021

মূঠ আসন = 126
ভাৰতীয় জনতা পাৰ্টী (BJP)=60
অসম গণ পৰিষদ (AGP)=9
ইউ পি পি এল (UPPL)=6
কংগ্ৰেছ(INC)=29
অল ইণ্ডিয়া ডেমোক্ৰেটিক ফ্ৰন্ট (AIUDF)=16
বিপিএফ(BPF)=4
চিপিআই (CPI(M)=1

১. ৰাতাবাৰী (SC) – বিজয় মালাকাৰ—(BJP)
২. পাথৰকান্দি – কৃষলেন্দু পাল—(BJP)
৩. উত্তৰ কৰিমগঞ্জ -কমলাক্ষ দে পুৰকায়স্থ —(Cong)
৪. দক্ষিণ কৰিমগঞ্জ – ছিদ্দিক আহমেদ—(Cong)
৫. বদৰপুৰ – আব্দুল আজিজ—(AIUDF)
৬. হাইলাকান্দি    – জাকিৰ হুছেইন লস্কৰ—(AIUDF)
৭. কাটলিচেৰা    – চুজাম উদ্দিন লস্কৰ—(AIUDF)
৮. আলগাপুৰ    – নিজাম উদ্দিন চৌধুৰী —(AIUDF)
৯. শিলচৰ – দ্বিপায়ন চক্ৰৱৰ্তী—(BJP)
১০. সোণাই – কৰিমউদ্দিন বৰভূঞা—(AIUDF)
১১. ধলাই (SC) – পৰিমল শুক্লবৈদ্য—(BJP)
১২. উধাৰবন্দ    – মিহিৰ কান্তি সোম—(BJP)
১৩. লখিপুৰ -কৌশিক ৰায়—(BJP)
১৪. বৰখোলা-মিছবাহুল ইছলাম লস্কৰ—(Cong)
১৫. কাটিগৰা – খলিলউদ্দিন মজুমদাৰ—(Cong)
১৬. হাফলং (ST) – নন্দিতা গাৰ্লোছা—(BJP)
১৭. বোকাজান (ST) – নোমল ম’মিন—(BJP)
১৮. হাওৰাঘাট (ST) – দৰছিং ৰংহাং—(BJP)
১৯. ডিফু (ST) – বিদ্যাছিং ইংলেং—(BJP)
২০. বৈঠালাংছু (ST) – ৰুপছিং তেৰাং—(BJP)
২১. মানকাছাৰ    – আমিনুল ইছলাম—(AIUDF)
২২. দক্ষিণ শালমাৰা-ৱাজেদ আলি চৌধুৰী—(Cong)
২৩. ধুবুৰী – নজৰুল হক—(AIUDF)
২৪. গৌৰীপুৰ    – নিজানুৰ ৰহমান—(AIUDF)
২৫. গোলোকগঞ্জ – আব্দুছ ছুভান আলী সৰকাৰ—(Cong)
২৬. পশ্চিম বিলাসীপাৰা – হাফিজ বছিৰ আহমেদ—(AIUDF)
২৭. পূব বিলাসীপাৰা – ছামছুল হুদা—(AIUDF)
২৮. গোসাইগাঁও – মজেন্দ্ৰ নাৰ্জাৰী (BPF)
২৯. পশ্চিম কোকৰাঝাৰ (ST) – ৰবিৰাম নাৰ্জাৰী—(BPF)
৩০. পূব কোকৰাঝাৰ (ST)    – লৰেন্স ইছলাৰী—(UPPL)
৩১. চিদলী (ST) – জয়ন্ত বসুমতাৰী—(UPPL)
৩২. বঙাইগাঁও    – ফণী ভূষণ চৌধুৰী—(AGP)
৩৩. বিজনী – অজয় কুমাৰ ৰয় —(BJP)
৩৪. উত্তৰ অভয়াপুৰী – আব্দুল বাতেন খন্দকাৰ—(Cong)
৩৫. দক্ষিণ অভয়াপুৰী (SC) – প্ৰদীপ সৰকাৰ—(Cong)
৩৬. দুধনৈ (ST) – যাদৱ স্বৰ্গিয়াৰী—(Cong)
৩৭. পূব গোৱালপাৰা – আব্দুল কালাম ৰাচিদ আলম—(Cong)
৩৮. পশ্চিম গোৱালপাৰা – আব্দুৰ ৰাচিদ মণ্ডল—(Cong)
৩৯. জলেশ্বৰ – আফতাবউদ্দিন মোল্লো—(Cong)
৪০. সৰভোগ – মনোৰঞ্জন তালুকদাৰ—(CPM)
৪১. ভবানীপুৰ – ফণীধৰ তালুকদাৰ—(AIUDF)
৪২. পাটাছাৰকুছি – ৰঞ্জিত কুমাৰ দাস— (BJP)
৪৩. বৰপেটা – আব্দুল ৰহিম আহমেদ — (Cong)
৪৪. জনিয়া – ৰফিকুল ইছলাম    —(AIUDF)
৪৫. বাঘবৰ – শেৰমান আলি আহমেদ— (Cong)
৪৬. সৰুক্ষেত্ৰী — জাকিৰ হুছেইন সিকদাৰ—(Cong)
৪৭. চেঙা — আশ্ৰাফুল হুছেইন—(AIUDF)
৪৮. বকো (SC) — নন্দিতা দাস—(Cong)
৪৯. ছয়গাঁও — ৰেকিবুদ্দিন আহমেদ—(Cong)
৫০. পলাশবাৰী    — হেমাংগ ঠাকুৰীয়া—(BJP)
৫১. জালুকবাৰী    — হিমন্ত বিশ্ব শৰ্মা—(BJP)
৫২. দিশপুৰ — অতুল বৰা—(BJP)
৫৩. পূব গুৱাহাটী — সিদ্ধাৰ্থ ভট্টাচাৰ্য—(BJP)
৫৪. পশ্চিম গুৱাহাটী — ৰমেন্দ্ৰ নাৰায়ণ কলিতা—(AGP)
৫৫. হাজো — সুমন হৰিপ্ৰিয়া—(BJP)
৫৬. কমলপুৰ — দিগন্ত কলিতা— (BJP)
৫৭. ৰঙিয়া — ভবেশ কলিতা    —(BJP)
৫৮. তামোলপুৰ — লেহোৰাম বড়ো— (UPPL)
৫৯. নলবাৰী — জয়ন্ত মল্ল বৰুৱা—(BJP)
৬০. বৰক্ষেত্ৰী    — দিগন্ত বৰ্মন—(Cong)
৬১. ধৰমপুৰ — চন্দ্ৰমোহন পাটোৱাৰী—(BJP)
৬২. বৰমা (ST) — ভুপেন বড়ো(UPPL)
৬৩. চাপগুৰি (ST) — উৰ্খাও গৌড়া ব্ৰহ্ম    —(BPF)
৬৪. পানেৰী — বিশ্বজিত্‍ দৈমাৰী —(BPF)
৬৫. কলাইগাঁও    — দুৰ্গাদাস বড়ো—(BPF)
৬৬. চিপাঝাৰ    — পৰমানন্দ ৰাজবংশী—(BJP)
৬৭. মঙলদৈ (SC) — বসন্ত দাস—(BJP)
৬৮. দলগাঁও — মজিবুৰ ৰহমান—(AIUDF)
৬৯. উদালগুৰি (ST) — গোবিন্দ চন্দ্ৰ বসুমতাৰী—(UPPL)
৭০. মাজবাট    — চৰণ বড়ো—(BPF)
৭১. ঢেকীয়াজুলি     — অশোক সিংঘাল—(BJP)
৭২. বৰচেলা — গণেশ কুমাৰ লিম্বু—(BJP)
৭৩. তেজপুৰ — বৃথ্বিৰাজ ৰাভা—(AGP)
৭৪. ৰঙাপাৰা — কৃষ্ণকমল তাঁতী—(BJP)
৭৫. চতিয়া — পদ্ম হাজৰিকা—(BJP)
৭৬. বিশ্বনাথ — প্ৰমোদ বৰঠাকুৰ—(BJP)
৭৭. বিহালী — ৰঞ্জিত দত্ত—(BJP)
৭৮. গহপুৰ — উৎপল বৰা—(BJP)
৭৯. জাগীৰোড (SC) — পীযুশ হাজৰিকা—(BJP)
৮০. মৰিগাঁও    — ৰমাকান্ত দেউৰী—(BJP)
৮১. লাহৰীঘাট    — ডা. আছিফ মহম্মদ নজৰ—(Cong)
৮২. ৰহা (SC) — শশীকান্ত দাস—(Cong)
৮৩. ধিং — আমিনুল ইছলাম—(AIUDF)
৮৪. বটড্ৰৱা — শিৱামণি বৰা—(Cong)
৮৫. ৰুপহীহাট    — নুৰুল হুডা—(Cong)
৮৬. নগাঁও — ৰূপক শৰ্মা—(BJP)
৮৭. বঢ়মপুৰ    — জিতু গোস্বামী— (BJP)
৮৮. চামগুৰি    — ৰকিবুল হুছেইন—(Cong)
৮৯. কলীয়াবৰ    — কেশৱ মহন্ত    —(AGP)
৯০. যমুনামুখ    — ছিৰাজউদ্দিন আজমল—(AIUDF)
৯১. হোজাই — ৰামকৃষ্ণ ঘোষ    —(BJP)
৯২. লামডিং — শিবু মিশ্ৰ—(BJP)
৯৩. বোকাখাত    — অতুল বৰা— (AGP)
৯৪. সৰুপথাৰ — বিশ্বজিত্‍ ফুকন —(BJP)
৯৫. গোলাঘাট    — অজন্তা নেওঁগ—(Cong)
৯৬. খুমটাই — মৃণাল শইকীয়া—(BJP)
৯৭. দেৰগাঁও (SC) — ভবেন্দ্ৰনাথ ভড়ালী—(AGP)
৯৮. যোৰহাট    — হিতেন্দ্ৰনাথ গোস্বামী—(BJP)
৯৯. মাজুলী (ST) — সৰ্বানন্দ সোণোৱাল—(BJP)
১০০. তিতাবৰ    — ভাস্কৰজ্যোতি বৰুৱা—(Cong)
১০১. মৰিয়নী    — ৰূপজ্যোতি কুৰ্মী—(Cong)
১০২. টিয়ঁক — ৰেণুপমা ৰাজখোৱা—(AGP)
১০৩. আমগুৰি    — প্ৰদীপ হাজৰিকা—(AGP)
১০৪. নাজিৰা    — দেবব্ৰত শইকীয়া—(Cong)
১০৫. মাহমৰা — যোগেন মহন—(BJP)
১০৬. সোণাৰি    — ধৰ্মেশ্বৰ কোঁৱৰ—(BJP)
১০৭. থাওৰা —সুশান্ত বৰগোহাঁই—(Cong)
১০৮. শিৱসাগৰ — অখিল গগৈ—(Raijor Dol)
১০৯. বিহপুৰীয়া — ড. অমিয় কুমাৰ ভূঞা—(BJP)
১১০. নাওবৈচা    — ভৰত চন্দ্ৰ নৰহ—(Cong)
১১১. লখিমপুৰ    — মানৱ ডেকা—(BJP)
১১২. ঢকুৱাখানা (ST) — নৱ কুমাৰ দলে    —(BJP)
১১৩. ধেমাজি (ST) — ৰণোজ পেগু—(BJP)
১১৪. জোনাই (ST) — ভূবন পেগু—(BJP)
১১৫. মৰাণ — চক্ৰধৰ গগৈ—(BJP)
১১৬. ডিব্ৰুগড়    — প্ৰশান্ত ফুকন—(BJP)
১১৭. লাহোৱাল    — বিনোদ হাজৰিকা—(BJP)
১১৮. দুলীয়াজান — তেৰেছ গোৱালা—(BJP)
১১৯. টিংখাং — বিমল বৰা—(BJP)
১২০. নাহৰকটীয়া — তৰংগ গগৈ—(BJP)
১২১. চাবুৱা — পোনাকণ বৰুৱা—(AGP)
১২২. তিনিচুকীয়া — সঞ্জয় কিশান—(BJP)
১২৩. ডিগবৈ — সুৰেণ ফুকন    —(BJP)
১২৪. মাৰ্ঘেৰিটা    — ভাস্কৰ শৰ্মা    —(BJP)
১২৫. ডুমডুমা — ৰুপেশ গোৱালা—(BJP)
১২৬. শদিয়া — বলীন চেতিয়া—(BJP)

 

Leave a comment

Trending