নাযাবা নাযাবা । Najaba najaba-Kumar Bhabesh
1. হেহে নাযাবা নাযাবা সোণ মোকে এৰি থৈ
আহাচোন কাষলৈ মোৰ নাচো এপাক গৈ
ঢোল বজাব ঢুলীয়াই তাক ধিনা ধিনকৈ
তালে তালে নাচি তোমাক মৰম যাচিম মই
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হেহে নাযাবা নাযাবা সোণ মোকে এৰি থৈ
আহাচোন কাষলৈ মোৰ নাচো এপাক গৈ
ঢোল বজাব ঢুলীয়াই তাক ধিনা ধিনকৈ
তালে তালে নাচি তোমাক মৰম যাচিম মই
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হেহে এইবেলি বিহুৱান কাকেনো দিলা
বুকুৰ মৰমবোৰ কাকে যাচিলা
ভাবিছিলো বিহু গাম নাছিম তোমাকলৈ
নাছি নাছি মিলি যাম সমাজৰ মাজত
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হেহে এইবেলি বিহুৱান কাকেনো দিলা
বুকুৰ মৰমবোৰ কাকে যাচিলা
ভাবিছিলো বিহু গাম নাছিম তোমাকলৈ
নাছি নাছি মিলি যাম সমাজৰ মাজত
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হেহে ভাবিছো বহু কথা কম তোমাক লৈ
নাহিলে কাষলৈ মোৰ কম কেনেকৈ
সাছি ৰখা বহু মৰম দিম কেনেকৈ
দিবানে সহাৰি তুমি মৰম দিবলৈ
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হেহে ভাবিছো বহু কথা কম তোমাক লৈ
নাহিলে কাষলৈ মোৰ কম কেনেকৈ
সাছি ৰখা বহু মৰম দিম কেনেকৈ
দিবানে সহাৰি তুমি মৰম দিবলৈ
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হেহে মুহিলা মনকে মোৰ কিনো যাদুৰে
চালেইয়ো তোমালে মোৰ মন নভৰে
অকলে আহিছো মই তোমাৰ কাষলৈ
আশা ভৰা সপোনবোৰ হিয়াৰ মাজত লৈ
অ’ জানৈ নাযাবা মোকে এৰি থৈ
হে নাযাবা নাযাবা সোণ মোকে এৰি থৈ
আহাচোন কাষলৈ মোৰ নাচো এপাক গৈ
ঢোল বজাব ঢুলীয়াই তাক ধিনা ধিনকৈ
তালে তালে নাচি তোমাক মৰম যাচিম মই
অ’ জানৈ নাযাবা মোকে এৰি থৈ
নাযাবা মোকে এৰি থৈ
হেহে নাযাবা মোকে এৰি থৈ
নাযাবা মোকে এৰি থৈ
হেহে নাযাবা মোকে এৰি থৈ
নাযাবা মোকে এৰি থৈ
Hehe najaba najaba hun muke eri thoi
aahasun kakhole mur nasu epak goi
dhul bojabo dhuliai tak dhina dhin koi
taale taale nasi tumak morom jasim moi
o jaanoi najaba najaba muke eri thoi
hehe najaba najaba hun muke eri thoi
aahasun kakhole mur nasu epak goi
dhul bojabo dhuliai tak dhina dhin koi
taale taale nasi tumak morom jasim moi
o jaanoi najaba najaba muke eri thoi
hehe eibeli bihuwan kakenu dila
bukur morombur kaake jasila
bhabisilu bihu gaam nasim tumak loi
nasi nasi mili jaam homajore majot
o jaanoi najaba muke eri thoi
hehe eibeli bihuwan kakenu dila
bukur morombur kaake jasila
bhabisilu bihu gaam nasim tumak loi
nasi nasi mili jaam homajore majot
o jaanoi najaba muke eri thoi
Hehe bhabisu bahu kotha kom tomak loi
nahile kakholoi mur kom kenekoi
hasi rokha bahu morom dim kenekoi
dibane hohari tumi morom diboloi
o jaanoi najaba muke eri thoi
hehe bhabisu bahu kotha kom tomak loi
nahile kakhole mur kom kenekoi
hasi rokha bahu morom dim kenekoi
dibane hohari tumi morom diboloi
o jaanoi najaba muke eri thoi
Hehe muhila monoke mur kinu jadure
saleo tumale mur mon nobhore
okole aahisu moi tumar kakholoi
aakha bhora hapunbur hiyar majot loi
o jaanoi najaba muke eri thoi
hehe najaba najaba hun muke eri thoi
aahasun kakhole mur nasu epak goi
dhul bojabo dhuliai tak dhina dhin koi
taale taale nasi tumak morom jasim moi
o jaanoi najaba muke eri thoi
najaba muke eri thoi
hehe najaba muke eri thoi
najaba muke eri thoi
hehe najaba muke eri thoi
najaba muke eri thoi
2. চহৰলৈ নাযাবা । Chohoroloi najaba-Kumar Bhabesh
চহৰলৈ নাযাবা ডেকা ল’ৰা নাচাবা
ধূৰিব নোৱাৰিবা গাওঁত
চহৰলৈ নাযাবা ডেকা ল’ৰা নাচাবা
ধূৰিব নোৱাৰিবা গাওঁত
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
চহৰলৈ নাযাবা ডেকা ল’ৰা নাচাবা
ধূৰিব নোৱাৰিবা গাওঁত
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
ধুনীয়া ধুনীয়া চহৰৰে ল’ৰা
সিহঁতৰ চলাহী কথা
হিয়া খুলি ক’লেওঁ তুমি
নুবজে মনৰে কথা
ধুনীয়া ধুনীয়া চহৰৰে ল’ৰা
সিহঁতৰ চলাহী কথা
হিয়া খুলি ক’লেওঁ তুমি
নুবজে মনৰে কথা
চাব সিহঁতে হাঁহি মাৰি
আগে পিছে ঘুৰি-ভুৰি
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
চকুৱে চকুৱে চাব যে তোমাক
ক’ব যে মনৰে কথা
নিজানত লৈ গৈ খেলিব সিহঁতে
পাৰ পিৰীত খেলা
চকুৱে চকুৱে চাব যে তোমাক
ক’ব যে মনৰে কথা
নিজানত লৈ গৈ খেলিব সিহঁতে
পাৰ পিৰীত খেলা
অলপ পোৱাৰ আশাত তুমি
সকলো হেৰাব চাবা
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
তুমি গাঁৱলীয়া নুবুজিবা একো
সিহঁতৰ মনৰে কথা
চহৰলৈ নাযাবা ডেকা ল’ৰা নাচাবা
ধূৰিব নোৱাৰিবা গাওঁত
চহৰলৈ নাযাবা ডেকা ল’ৰা নাচাবা
ধূৰিব নোৱাৰিবা গাওঁত

Leave a comment