পাৱে পৰি হৰি । Pawe pori Hori
1. পাৱে পৰি হৰি । Pawe pori Hori karoho-Shrimanta Shankardev
ৰাগ : কেদাৰ
তাল : –
ধ্ৰুং।।—
পাৱে পৰি হৰি কৰোহোঁ কাতৰি
প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষধৰ বিষে জৰজৰ
জীৱন নাৰহে মোৰ৷
ধ্ৰুং।।—
অথিৰ ধন-জন জীৱন যৌৱন
অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিবাৰ সৱহি অসাৰ
কৰবোঁ কাহেৰি সাৰ।।
কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক।।
নাহি ভয়ো ভৱ ভোগে হৰি হৰি
পৰম্পদ পৰতেক।।
কহতু শঙ্কৰ এ ভৱ সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহুঁ গতিমতি দেহু শ্ৰীপতি
তত্ত্ব পন্থ উপদেশ৷৷
2. নাৰায়ণ লীলা জানব । Narayan lila janob-মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ
ৰাগ : ধনশ্ৰী
তাল : –
ধ্ৰুং।।—
নাৰায়ণ লীলা জানব কোই।
সনক সনাতন চিন্তি চতুৰ মুহ
অধিকহি মোহিত হোই।।
পদ।।—
কোটি কোটি অণ্ড আৱত যাৱত
ৰোম-ৰন্ধ্ৰ মহ যাৰা।
সোহি ভূমিভাৰ হৰসি শূৰ শূকৰ
নৰসিংহ অৱতাৰা।।
যত দেখু কায়া সুত বিত্ত জায়া
মায়াকেসে সৱ ধন্ধ।
হামু যত জীৱ শিৱ তেৰি অংশা
কাহে ওহি মোহ বন্ধ।।
শঙ্কৰ কহ পহু পয়ৰহি লাগোঁ
মাগোঁ নাহি আন কামা।
ওহি কৃপা কৰু ৰূপ হূদয়ে ধৰু
ৰহুঁ মুহ ভৰি তেৰি নামা।।
3. বোলহু ৰাম নামেসে মুকুতি । Bolhu Ram namexe mukuti
ৰাগ : ধনশ্ৰী
তাল : –
ধ্ৰুং।।—
বোলহু ৰাম নামেসে মুকুতি নিদানা।
ভৱ বৈতৰণী তৰণী সুখ সৰণী
নাহি নাহি নাম সমানা।।
পদ।।—
নাম পঞ্চানন নাদে পলাৱত
পাপ দন্তী ভয়-ভীত।
বলিতে এক শুনিতে শত নিতৰে
নাম ধৰম বিপৰীত।।
বচনে বুলিল ৰাম ধৰম অৰথ কাম
মুকুতি-সুখ সুখে পায়।
সৱকহু পৰম সুহূহ হৰি নাম
ছুটে অন্তকেৰি দায়।।
নাৰদ-শুকমুনি ৰাম নাম বিনি
নাহি কহল গতি আৰ।
কৃষ্ণ কিঙ্কৰ কয় ছোড় মায়াময়
ৰাম পৰম তত্ত্ব সাৰ।
4. নাহি নাহি ৰময়া বিনে । Nahi nahi romoya bine
ৰাগ : গৌৰী
তাল : –
ধ্ৰুং।।—
নাহি নাহি ৰময়া বিনে তাপ তাৰক কোই।
পৰমানন্দ : পদ মকৰন্দ : সেৱহু মন মোই।।
পদ।।—
তীৰিথ বৰত : তপ জপ : যাগ যোগ যুগুতি।
মন্ত্ৰ পৰম : ধৰম কৰম : কৰত নাহি মুকুতি।।
মাতু পিতু : পতনী তনয় : জনয় সৱ মৰণা।
ছাড়হু ধান্ধা : মানস অন্ধা : ধৰতু হৰি চৰণা।
কৃষ্ণ কিঙ্কৰ : শঙ্কৰ কহ : বিছুৰি বিষয় কামা।
ৰাম চৰণে : শৰণ লেহু : জপ গোৱিন্দৰ নামা।
5. সোই সোই ঠাকুৰ মোই । Xoy xoy thakur moy
ৰাগ : গৌৰী
তাল : –
ধ্ৰুং।।—
সোই সোই : ঠাকুৰ মোই : যো হৰি পৰকাশা।
নাম স্মৰত : ৰূপ ধৰত : তাকেৰি হামু দাসা।
পদ।।—
পণ্ডিতে পঢ়ে : শাস্ত্ৰ মাত্ৰ :
সাৰ ভকতে লিজে।
অন্তৰ জল : ফুটয় কমল :
মধু মধুকৰ পিজে।।
যাহে ভকতি : তাহে মুকুতি :
ভকতে ও তত্ত্ব জানা।
যৈছে বনিক : চিন্তামণিক :
জানিয়া গুণ বখানা।।
কৃষ্ণ কিঙ্কৰ : শঙ্কৰ কহ :
ভজ গোৱিন্দক পায়।
সোহি পণ্ডিত : সোহি মণ্ডিত :
যো হৰি গুণ গায়।।
1. কমললোচন চিন্ত চিত্ত – SHRIMANTA SHANKARDEV

Leave a comment