বৈঠা মাৰো মৈঠা মাৰো । Boitha maro biotha maro

1. কি ও বাইচাল ভাইয়াৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে
বৈঠা মাৰো মৈঠা মাৰো ৰে
ও বাইচাল ভাইয়াৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে
সাবধানে ব নৌকা ৰে
নৌকা আইগায় আৰ পাউছায় ৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে
এলা কেনে বাইচাল ভাইয়াৰে।
নৌকা আইগায় আৰ পাউছায় ৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে

মন গাছেৰ নৌকা বাইচাল
ও তোৰ পবন গাছেৰ বইঠা ৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে
বৈঠা মাৰো মৈঠা মাৰো ৰে
ও বাইচাল ভাইয়া ৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে

নৌকাৰ নাম ভাটাসী ৰে
নৌকা চলে ভাটাসী ৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে
নৌকাৰ নাম ভাটাসী ৰে
নৌকা চলে ভাটাসী ৰে
ঝাৰিয়া বৈঠা মাৰিয়া যাও ৰে

তোমাৰ দিঙা আইলো ৰে
জোৰ বইঠা বইয়া
বাহেৰ কৰো চায়লন বাতি
দিঙা নেও বৰিয়া তোমাৰ
দিঙা আইলোৰে
তোমাৰ দিঙা আইলো ৰে
জোৰ বইঠা বইয়া
বাহেৰ কৰো চায়লন বাতি
দিঙা নেও বৰিয়া তোমাৰ
দিঙা আইলোৰে

চাইলন বাতি ধৰি মাৰিয়া অ’
অ’ মাৰিয়া বাহেৰ হয়া দেখো ৰে
তোমাৰ নৌকা খেলেয়া আইলো ৰে
তোমাৰ দিঙা আইলো ৰে
জোৰ বইঠা বইয়া
বাহেৰ কৰো চায়লন বাতি
দিঙা নেও বৰিয়া তোমাৰ
তোমাৰ দিঙা আইলো ৰে
তোমাৰ দিঙা আইলো ৰে
জোৰ বইঠা বইয়া
বাহেৰ কৰো চায়লন বাতি
দিঙা নেও বৰিয়া তোমাৰ
দিঙা আইলোৰে।
চাইলন বাতি ধৰি মাৰিয়া অ’
অ’ মাৰিয়া বাহেৰ হয়া দেখো ৰে
তোমাৰ নৌকা খেলেয়া আইলো ৰে
তোমাৰ দিঙা আইলো ৰে
জোৰ বইঠা বইয়া
বাহেৰ কৰো চায়লন বাতি
দিঙা নেও বৰিয়া তোমাৰ
তোমাৰ দিঙা আইলো ৰে
তোমাৰ দিঙা আইলো ৰে
জোৰ বইঠা বইয়া
বাহেৰ কৰো চায়লন বাতি
দিঙা নেও বৰিয়া তোমাৰ
দিঙা আইলোৰে।


2. সোণাৰ বৰণ পাখী । Sonar boron pakhi

সোণাৰ বৰণ পাখী ৰে তোৰ
হেঙুস বৰণ আঁখি
দেশেৰ পাখী বিদেশ গেলু
মোকে দিয়া ফাকি ৰে
বাচ্চা হাতে পুষিলুং ৰে পাখী
দুধো ভাতো দিয়া
যাবাৰ কালে গেলুৰে পাখী
বুকে শেলো দিয়া ৰে
চাউলো দিলং, ডাইলৰে দিলং
ৰান্ধি-বাৰি খাইও
মোৰ হূদয় পালংক মাঝে
শুইয়া নিদ্ৰা যাইও ৰে
ঘৰ পোৰা যায়, ৰুৱা ফোটে
ছাইনচা্ ভাঙি পৰে
সোণাৰ বৰণ পাখীৰ বাদে
মোৰ ঝুৰিছে অন্তৰ ৰে
উৰাং উৰাং কৰে ৰে পাখী
উৰিয়া যায়া পৰে
ওৰে কোন জন দৰদী হৈবে
পাখী ধৰিয়া দিবে মোকে ৰে
বৰ বাৰী বৰ ৰে ঘৰ
বৰই আছিল আশা
আৰ ৰাতি পোৱা গেইলে দেখং
পাখী ছাৰিল ভাসা।


3. কালা বাইগন ধওলাৰে । kala baigon dhaolare


কালা বাইগন ধওলাৰে সাদু
ঐ বাইগনেৰ চাইৰ চাইৰ পাতা
কালা বাইগন ধওলা ৰে সাদু
আৰ বাইগনেৰ গোৰায় গোৰায় কাটা
সেই না বাইগন ছিৰিতে ৰে সাদু
ঐ হাতত লাগিল কাটা
তোৰ হিদতে ফেলেয়া ৰে সাদু
খসাও হাতেৰ কাটা
ঐ বুকুতে ফেলেয়াৰে সাদু
খসাও হাতেৰ কাটা
দুয়োৰে লাগাও ৰে সাদু
ঐ না ঘিয়েৰ পঞ্চবাতি
আৰ মজিয়ায় না গাৰো ৰে সাদু
ঐ কামগাঙ্গাৰ গাটি
সেই গাটিতে ফেলেয়াৰে সাদু
খসাও হাতেৰ কাটা
তোৰ ঝনঝনী বইনেৰ কথায় ৰে সাদু
এই শৰীল হইল মোৰ তিতা
তোৰ ঝনঝনী মায়েৰ কথায় ৰে সাদু
এই শৰীল হইল মোৰ কালা।


4. দুধো মিঠা দইও মিঠা । Dudho mitha doio mitha


দুধো মিঠা দইও মিঠা আৰো মিঠা ননী
আৰ তাৰ চাইতে অধিক মিঠা ৰে
বাছা মাও সে জননী
সোণাৰ চান্দ চান ৰে
চান্দো হাৰাইলাম নদীতে
নিমেৰ তলে বইসো বাছা
নিমেৰ ছেড়ো পাতা
আৰ কায় তোৰে হৰিয়া নিল ৰে
ও তোৰ সোণা মুখেৰ কথা
সোণাৰ চান্দ চান ৰে
নিমেৰ চলে বইসো বাছা
নিমেৰ ছেড়ো কুসি
আৰে কায় তোৰে হৰিয়া নিল ৰে
ও তোৰ সোণা মুখেৰ হাসি
সোণাৰ চান্দ চান ৰে
বৈৰাগী না হইও বাছা
সন্নন্যাসে না যাইও
আৰে ঘৰে বসে কৃষ্ণৰ নামটি ৰে
বাছা মায়েৰে শুনাইও
সোণাৰ চান্দ চান ৰে
চান্দ হাৰাইলাম নদিতে।


Leave a comment

Trending