তোমৰা গেইলে কি আসিবেন । Tomra geileki aasiben – প্ৰতিমা বৰুৱা পান্ডে
তোমৰা গেইলে কি আসিবেন
মোৰ মাহুত বন্ধুৰে
তোমৰা গেইলে কি আসিবেন
মোৰ মাহুত বন্ধুৰে
হস্তী নৰান হস্তী চৰান
কাকুৱা বাশেৰ তলে
ও ৰে কি সাপে দংশিলে মাহুতক
কয়া যাও বা মোৰে ৰে
ৰোজাই ঝাৰে গুনিকে ঝাৰে
ঢেকীয়াৰ আগাল দিয়া
ও ৰে মুই নাৰী ঝাৰিম মাহুতক
এ কেশেৰ আগাল দিয়া
খাটো খুটো মাহুতৰে তোৰ মুখ চাপ দাড়ি
কি ওৰে সত্য কৰিয়া কন ৰে মাহুত
কোন বা দ্যাশে বাড়ী ৰে মাহুত :
হস্তী নৰাই হস্তীৰে চৰাই হস্তীৰ পায়ে বেড়ী
কি ওৰে সত্য কৰিয়া কইলাম কন্যা গৌৰীপুৰে বাড়ীৰ
হস্তী নৰাই হস্তী চৰাই হস্তীৰ গলায় দড়ী
সত্য কৰিয়া কইলং কন্যা বিয়াও কৰি নাই ৰে

Leave a comment