নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান
আমি অসুস্থ হওঁ কিয়
Why do we fall ill
Class ix General Science
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) তলৰ কোনবিধ ৰোগৰ ক্ষেত্ৰত মহ এবিধ বাহক নহয়?
(ক) এনকেফেলাইটিছ
(খ) মেলেৰিয়া
(গ) ডেংগু
(ঘ) নিউমোনিয়া
উত্তৰঃ- (ঘ) নিউমোনিয়া।
(ii) তলৰ কোনটো ৰোগ- ছত্ৰাকৰ কাৰণে হয়-
(ক) ক’লেৰা
(খ) এইডছ্
(গ) মেলেৰিয়া
(ঘ) ইনফ্লুজো
উত্তৰঃ- (খ) এইডছ্।
(iii) তলৰ কোনটো উক্তি AIDSৰ ক্ষেত্ৰত শুদ্ধ নহয়।
(ক) AIDS ভাইৰাছজনিত ৰোগ
(খ) AIDS কৰমৰ্দনৰ দৰে বাহ্যিক স্পৰ্শৰ দ্বাৰা বিয়পে
(গ) AIDS যৌন সম্পৰ্কৰ দ্বাৰা সংক্রমিত হয়
(ঘ) AIDS আক্রান্ত মাতৃৰ দুগ্ধ পানৰ দ্বাৰা সন্তানলৈ বিয়পে।
উত্তৰঃ- (খ) AIDS কৰমৰ্দনৰ দৰে বাহ্যিক স্পৰ্শৰ দ্বাৰা বিয়পে।
(iv) বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰটো তলত দিয়াবোৰৰ পৰা বাচি উলিওৱা।
(ক) ডেংগু
(খ) টাইফয়েড
(গ) বৰ আই
(ঘ) পলিঅ’
উত্তৰঃ- (খ) টাইফয়েড।
2. ৰোগ মানে কি?
উত্তৰঃ- ৰোগ মানে উদ্বেগপূর্ণ দেহ বা শৰীৰৰ অৱস্থা।
3. স্বাস্থ্য মানে কি বুজা?
উত্তৰঃ- স্বাস্থ্য বুলি ক’লে দৈহিক, মানসিক আৰু সুস্থ সামাজিক পৰিৱেশকে বুজো।
4. তিনিটা ভাইৰাছজনিত ৰোগৰ নাম লিখা।
উত্তৰঃ- (১) পানীলগা (২) ইনফ্লেঞ্জা (৩) ডেংগো জ্বৰ
5. আদ্য প্ৰাণীৰ দ্বাৰা হোৱা দুটা ৰোগৰ নাম লিখা।
উত্তৰঃ- ক’লাজ্বৰ আৰু টোপনি অহাৰোগ।
6. দুটা বেক্টেৰিয়াজনিত ৰোগৰ নাম লিখা।
উত্তৰঃ- (১) টাইফয়েড (২) কলেৰা।
7. গোধবেমাৰ কি?
উত্তৰঃ- কৃমিৰ দ্বাৰা হোৱা ৰোগ, এই বেমাৰ হোৱা কৃমিৰ নাম হৈছে আদ্যপ্ৰাণী।
8. টোপনি অহা ৰোগ সৃষ্টিকাৰী আদ্যপ্ৰাণী বিধৰ নাম কি?
উত্তৰঃ- ট্রাইপেন’চ’মাৰ৷
9. সংক্ৰামক ৰোগৰ চিকিৎসাৰ মূলনীতি দুটা লিখা।
উত্তৰঃ- (ক) জনস্বাস্থ্য (খ) ছিটাকৰণ।
10. সংক্ৰামক ৰোগ বুলিলে কি বুজা?
উত্তৰঃ- শৰীৰত ৰোগ প্ৰতিৰোধক সৃষ্টি কৰি সংক্ৰামক ৰোগৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ছিটা দিয়া পদ্ধতিয়েই হৈছে ছিটাকৰণ বা টিকাকৰণ। দুবিধ টিকা : (ক) হেপাটাইটিছ A (খ) হেপাইটাইটিছ B
11. আহাৰ আমাৰ বাবে কিয় প্রয়োজন?
উত্তৰঃ- আহাৰে আমাৰ দেহত থকা কোষ আৰু কলাক শক্তি যোগায়। ইয়াৰ ফলত ইহঁতে ভালদৰে কাৰ্যক্ষম হৈ আমাকো কাৰ্যক্ষম কৰি ৰাখে।
12. ৰোগৰ কাৰক কেইটাৰ নাম লিখা।
উত্তৰঃ- ডেংগু :— ভাইৰাছ
এইড্ছ :— ভাইৰাছ
এনথ্রাক্স :— বেক্টেৰিয়া
কলাজ্বৰ :- আদ্যপ্রাণী।
Leave a comment