ও কি গাড়ীয়াল ভাই

O ki gariyal bhai – Pratima Barua Pandey

ও কি গাড়ীয়াল ভাই হাকাও গাড়ী তুই

চিলমাৰীৰ বন্দৰে ৰে

যেদিন গাড়ীয়া উজান যায় গাড়ীয়াল ভাই

নাৰীৰ মন মোৰ ঝুৰিয়া ৰয় ৰে

ও কি গাড়ীয়াল ভাই

কতই ৰব আমি পন্থেৰ দিকে চায়াৰে

ও কি গাড়ীয়াল ভাই

কি কবো দুস্কোৰো জ্বালা গাড়ীয়াল ভাই

গাথিয়াছি বৰ মালাৰে

ও কি গাড়ীয়াল ভাই

কতই কান্দিম মুই নিধুৱা পাথাৰে

ও কি গাড়ীয়াল ভাই

যদি গাড়ীয়াল আইসে ভালে গাড়ীয়াল ভাই

পাঠা দিম মুই কালীক হালে হালে ৰে

কতই থাকিম মুই তোমাৰ আশায় চায়াৰে

ও কি গাড়ীয়াল ভাই

হাকাও গাড়ী তুই চিলমাৰীৰ বন্দৰে।

 

2. কিসেৰ মোৰ আতৰ । Kiser mor aator kiser

কিসেৰ মোৰ আতৰ কিসেৰ মোৰ কাপোৰ

কিসেৰ মোৰ মাথায় সাবোন মাখা

মোৰ স্বামী মৰিয়া গেইছে সীতাৰ সেন্দুৰ মোৰ নিয়া গেছে

হস্তেৰ ভাঙাইছে মোৰ শাখা

স্বামী ধন গেইছে ৰে মোৰ সেথা

ও কি ভগৱান পতি ধনেৰ নাই মোৰ দেখা

থালিতে ভাত বাৰিয়া

মুই থাকং বসিয়া

স্বামী ধনেৰ নাই দেখা

স্বামীৰ মৰণে ও প্ৰাণ বাচেনা

জীৱন যায়না সখী ৰাখা

সগায় যখন নাইওৰ যায়

মোৰ তখন মন কয়

স্বামী ধন গেইছে ৰে সেথা

ভগৱান পতিধনেৰ নাই মোক দেখা।

Leave a comment

Trending