চেংৰা বন্ধু ৰছিয়া
চেংৰা বন্ধু ৰছিয়া
বড়ো ঘৰত বসিয়া
গান গাই তোৰ দৌতৰা ডাঙায়া
বাকুম কুমা বাকুম কুমা ঢোলেৰ বাজনা
মুইও তুইয়ো অবলা নাৰী
মনতো মানে না
ঢোলেৰ মেলাত হইবে বোলে
খাৰা তালেৰ গান
মোৰ যায় সুনিবাৰ মন
তপলেম দাসেৰ তাল সাড়িখান
ঝাৰিয়া পিন্ধিলুং
পানীয়া মৰা যাবাৰ নাদেয়
কেমন কৰিয়া যাঙ।
পাৰাৰ সগাই সাজি পাৰি গান শুনিবাৰ
হায় মোৰ মনটো গুল গুলায়।
পানীয়া মৰাক দিলুঙ থুয়া
মুইও গেলুঙ হয়।
গিদাল বন্ধু পাৰাৰ বসি
গান শুনলুং হয়।
ইয়াৰ সাতত বিয়া হয়া ভালায় না ঠেকে
হায় মোৰ মনেৰ হাউস গেছে।
ইতি-উতি যাবাৰ চাইলে
যাবাৰ না দেয়
নাই কথাৰে ঝগৰা কৰি
মোক ধৰি মাৰে।
Leave a comment