বৈদেশি প্ৰাণ বন্ধুৱাৰে
Boideshi Pran Bondhuware

M-ও বৈদেশি প্ৰাণ বন্ধুৱাৰে 

একবাৰ তুই আইচেক নাৰে 

গোৱালপাৰা বেৰায়া যাৰে


F-ও বৈদেশি প্ৰাণ বন্ধুৱাৰে হায়ৰে 

তোৰ বাবে মোৰ প্ৰাণ কান্দে

একবাৰ তুই আইচেক নাৰে 

গোৱালপাৰা বেৰায়া যাৰে


M-ও বৈদেশি প্ৰাণ বন্ধুৱাৰে

গোৱালপাৰাৰ ইলসা মাছ

বাগান ভৰা কলাৰ গাছ।

F-তেলুৱা পিঠা চিতুৱা পিঠাৰে 

আৰে গামছা বান্ধা দেওৰে—


M-খায়া যা মোৰ প্ৰাণ বন্ধুৱাৰে

একবাৰ তুই আইসেক নাৰে

F-ও বৈদেশি প্ৰাণ বন্ধুৱাৰে

M-তোৰ বাবে মোৰ প্ৰাণ কান্দে

একবাৰ তুই আইচেক নাৰে 

F-গোৱালপাৰা বেৰায়া যাৰে…

উৰপদ বিলেৰ উজাৰ মেলা

পঞ্চৰত্ন যোগীঘোপা।

M-উৰপদ বিলেৰ উজাৰ মেলা

পঞ্চৰত্ন যোগীঘোপা।

F-তুকপেশৰে পিৰ বাবাৰ মাজাৰ

(F&M)- আৰ সাতালি পৰ পৰ্বত মালা

M- দেখিয়া যা তুই গোৱালপাৰাতে ঐ

একবাৰ তুই আইসেক নাৰে।

F-ও বৈদেশি প্ৰাণ বন্ধুৱাৰে

-তোৰ বাবে মোৰ প্ৰাণ কান্দে

একবাৰ তুই আইচেক নাৰে 

F-গোৱালপাৰা বেৰায়া যাৰে।

M-গিদাল মইশাল হাড়ীয়াল ভাই।

মাহুত বন্ধু নাইয়া ভাই।

আৰে গিদাল মইশাল হাড়ীয়াল ভাই।

মাহুত বন্ধু নাইয়া ভাই।

ৰঙ বিৰঙেৰ সুৰ ধৰিয়াৰে..

FM- মানসেৰ জুৰায় মন প্ৰাণ

F- শুনিয়া যা তুই গোৱালপাৰাৰ গান

M-শুনিয়া যা তুই গোৱালপাৰাৰ গান

ও বৈদেশি প্ৰাণ বন্ধুৱাৰে 

তোৰ বাবে মোৰ প্ৰাণ কান্দে।

F- একবাৰ তুই আইচেক নাৰে

খায়া যা মোৰ প্ৰাণ বন্ধুৱাৰে

দেখিয়া তুই গোৱালপাৰাতে 

একবাৰ তুই আইসেক নাৰে

গোৱালপাৰা বেৰায়া যাৰে।

Leave a comment

Trending