পদ । Term
- শুদ্ধ উত্তৰ বাছি উলিওৱাঃ- MCQ
(i) এটা লক্ষণাৰ্থক পদৰ _ থাকে। HS-1999
(a) বাচ্যাৰ্থ (b) লক্ষণাৰ্থ
(c) দুয়োটা
উত্তৰঃ-
(ii) মিলৰ মতে নামবাচক বিশেষ্য পদবোৰ _। HS-2000
(a) লক্ষণাৰ্থক (b) অলক্ষণাৰ্থক
উত্তৰঃ-
(iii) পদৰ ব্যাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ পৰিবৰ্তন _ মুখী। HS-2001
(a) একেমুখী (b) বিপৰীত
উত্তৰঃ-
(iv) অলক্ষণাৰ্থক পদৰ কেৱল _।
(a) বাচ্যাৰ্থ আছে (b) লক্ষণাৰ্থ নাই
(c) বাচ্যাৰ্থ নাই (d) বাচ্যাৰ্থ বা লক্ষণাৰ্থ আছে
উত্তৰঃ-
(v) নিম্নোক্ত কোনটোৰ দ্বাৰা বচনৰ গুণ নিৰ্ধাৰণ কৰা হয়। HS-2015
(a) উদ্দেশ্য (b) বিধেয় (c) সংযোজক (d) উদ্দেশ্য আৰু বিধেয় উভয়ে।
উত্তৰঃ-(c) সংযোজক।
- কোনপ্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয় উভয়ে ব্যাপ্ত? HS-2015
উত্তৰঃ- E বচনত। - ‘O’ বচনত কোন পদ ব্যাপ্ত? HS-2014
উত্তৰঃ- বিধেয়ক পদ। - সংযোজকটো এটা পদনে? HS-2014, 2018
উত্তৰঃ-নহয়। - সামান্য বচনত কি পদ ব্যাপ্ত। HS-2013, 2016
উত্তৰঃ-উদ্দেশ্য পদ। - বচনৰ চতুৰ্বৰ্গীয় শ্রেণীবিভাগ মতে কিমান প্ৰকাৰ বচন আছে? HS-2013
উত্তৰঃ-চাৰি। - বিশেষ সদর্থক বচনৰ সাংকেতিক নাম কি? HS-2013
উত্তৰঃ-‘I’ বচন। - এটা বচনত কেইটা পদ থাকে? HS-2012
উত্তৰঃ-দুটা। - এটা ৰচনত কেইটা পদ থাকে। marks-2 HS-2012, 2014
উত্তৰঃ-দুটা পদ থাকে। - উপযুক্ত উদাহৰণৰ সহায়ত নঞর্থক বচনৰ সংজ্ঞা দিয়া। marks-2 HS-2018
উত্তৰঃ- যি বচনত বিধেয়ক পদক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয়, তাকে নঞর্থক বচন বোলে। যেনে— হৰি নহয় বুধিয়ক।
- উদাহৰণসহ নিৰপেক্ষ বচনৰ সংজ্ঞা দিয়া? marks-2 HS-2018
উত্তৰঃ-যি বচনত উদ্দেশ্য আৰু বিধেয় পদৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয় তাক নিৰপেক্ষ বচন বোলে। উদাহৰণস্বৰূপে জুবিন হয় এজন সুগায়ক।
- উপযুক্ত উদাহৰণৰ সহায়ত হেতুপদ বা সংজ্ঞা দিয়া। marks-2 HS-2018
উত্তৰঃ- যি শব্দই বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধটো স্থাপন কৰি সিদ্ধান্তত অনুপস্থিত থাকে তাকেই হেতুপদ বোলে। যেনে- সকলো চৰাই হয় এনে যি উৰিব পাৰে। মইনা হয় চৰাই .:. মইনা হয় এনে যি উৰিব পাৰে। ওপৰৰ উদাহৰণটো (চৰাই) হৈ হেতুপদ যি সিদ্ধান্তত পক্ষপদ আৰু সাধ্যপদক সংযোগ কৰিছে কিন্তু নিজেই অনুপস্থিত আছে।
Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, dhubri
M-7002893245.
Leave a comment