একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
প্ৰতিকাত্মক তৰ্কবিজ্ঞান
Symbolic Logic
Class XI Logic & Philosophy

  1. কি চৰ্তত এটা বিয়োজক ফলন অসত্য হয়? HS- 2017
    উত্তৰঃ- দুয়োটা যোজক F অর্থাৎ অসত্য হ’লে।
  2. তর্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰৰ এটা উপযোগিতা লিখা? HS- 2012, 2018
    উত্তৰঃ- প্রতীক ব্যৱহাৰে ভাষাজনিত আসোঁৱাহৰ পৰা তৰ্কবিজ্ঞানক ৰক্ষা কৰে।
  3. যদি P সত্য আৰু q অসত্য হয় তেন্তে p –qৰ সত্যমূল্য কি হ’ব। HS- 2016
    উত্তৰঃ- অসত্য।
  4. কি চৰ্তত এটা সংযোজক ফলন সত্য হয়। HS- 2012
    উত্তৰঃ- যেতিয়া দুয়োটা যোজকেই সত্য হয়।
  5. প্রতীকাত্মক তর্কবিজ্ঞান প্রকৃতিগতভাৱে আককিনে? HS- 2013
    উত্তৰঃ- আকবিক।
  6. সংযোজকটো পদনে? HS- 2014
    উত্তৰঃ- নহয়।
  7. ‘প্রতীকাত্মক তর্কবিজ্ঞান সম্পূর্ণৰূপে নিগমনাত্মকনে?
    উত্তৰঃ- হয় নিগমনাত্মক।
  8. প্ৰতীকাত্মক তর্কবিজ্ঞানত কি পদ্ধতি ব্যৱহাৰ কৰা হয়?
    উত্তৰঃ- নিগমনাত্মক।
  9. ‘গণিতৰ বিকাশৰ সৈতে প্ৰতীকাত্মক তর্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত’— এই উক্তিটো সত্যনে?

উত্তৰঃ- সঁচা।

  1. নিহিতার্থক বা সংশ্লেষণ এক আকৰিক সম্পৰ্ক হয়নে?
    উত্তৰঃ- হয়।
  2. চল বা পৰিৱৰ্ত্যসমূহ এক প্রতীক বুলি ক’ব পাৰিনে?
    উত্তৰঃ- পাৰি।
  3. বৈকল্পিক প্রতীক কি?
    উত্তৰঃ- ‘V’
  4. সমার্থক প্রতীক কি?
    উত্তৰঃ- ‘=’
  5. ধাৰণাজ্ঞাপক চিহ্নই প্রত্যেক্ষভাৱে কি নিৰ্দেশ কৰে?
    উত্তৰঃ- ধাৰণাক।

15. সংযোজকৰ প্ৰতীক কি?
উত্তৰঃ- (.)।

16. তর্কবিজ্ঞানত ভাষাজনিত আসোঁৱাহসমূহ দূৰ কৰাৰ সহজ উপায় কি?
উত্তৰঃ- প্রতীক ব্যৱহাৰ।

17. পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ সম্বন্ধ ভ্রূণ আৰু পূর্ণবয়স্ক জীৱৰ মাজৰ সম্বন্ধৰ দৰে— কোনে কৈছিল?
উত্তৰঃ- বেকন আৰু অকনৰে।

18. চি. আই. লুইচৰ মতে তর্কবিজ্ঞানৰ বৈশিষ্ট্য কেইটা?
উত্তৰঃ- তিনিটা।

19. পৰম্পৰাগত আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য মূলতঃ কিহৰ?
উত্তৰঃ- ক্রমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য।

20. কি চৰ্তত এটা বৈকল্পিক সত্যতা ক্রিয়াকাৰিত্ব সত্য হয়?
উত্তৰঃ- অন্ততঃ এটা বিকল্প সত্য হ’ব লাগিব।

21. যুক্তিৰ বৈধতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ- যুক্তিৰ আকাৰৰ ওপৰত।

22. প্রতীকাত্মক তর্কবিজ্ঞান নিগমনাত্মক হোৱা বাবে সম্পূর্ণভাৱে আকৰিক সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত হয়নে?
উত্তৰঃ- হয়।

23. যুক্তিৰ বৈধতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ- যুক্তিৰ আকাৰৰ ওপৰত।

24. কি চৰ্তত এটা বৈকল্পিক সত্যতা ক্রিয়া কাৰিত্ব অসত্য হয়।
উত্তৰঃ- উভয় বিকল্পই অসত্য হ’লে অসত্য হয়।

  1. চল বা পৰিৱৰ্ত্য কাক বোলে?
    উত্তৰঃ- যিবোৰ প্রতীকে কোনো নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত পৰিৱৰ্তনশীল মানগ্রহণ কৰিব পাৰে তাকেই চল বা পৰিৱৰ্ত্য বোলে।
  2. বচনৰ আকাৰ মানে কি?
    উত্তৰঃ- যি ৰীতি বা পদ্ধতিত কোনো এটা বচনৰ উপাদানবোৰক একত্ৰিত কৰি বচনটো সংগঠন কৰা হয় তাকেই আকাৰ বোলে।

  1. দুটা তৰ্কীয় অধিকাৰীৰ উদাহৰণ দিয়া।
    উত্তৰঃ- ‘, ‘5’, ‘v’ **
  2. এটা সত্যতা ফলতাৰ উদাহৰণ দিয়া?
    উত্তৰঃ- ‘p.q’.
  3. সমার্থক ফলনটো লিখা?
    উত্তৰঃ- ‘p=q’

35. প্রতীকাত্মক তর্কবিজ্ঞানৰ তিনিটা বৈশিষ্ট্য লিখা? HS- 2012, 2014 নম্বৰ- 3
উত্তৰঃ- (i) ধাৰণাজ্ঞাপক চিহ্নৰ ব্যৱহাৰ : আধুনিক তর্কবিজ্ঞানত ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ কৰা হয়। ধাৰণাজ্ঞাপক চিহ্নই প্ৰত্যক্ষভাৱে ধাৰণাক নিৰ্দেশ কৰে।
(ii) নিগমনমূলক পদ্ধতিৰ ব্যৱহাৰ : নিগমনাত্মক পদ্ধতিৰ ব্যৱহাৰ তৰ্কবিজ্ঞানৰ এক বৈশিষ্ট্য।
(iii) চল বা পৰিৱৰ্ত্যৰ ব্যৱহাৰ : তর্কবিজ্ঞানত যথেষ্ট পৰিমাণে চল বা পৰিৱৰ্ত্যৰ ব্যৱহাৰ কৰা হয়। যিবোৰ প্রতীকে নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত পৰিৱৰ্তনশীল মানগ্ৰহণ কৰে তাকেই চল বা পৰিৱৰ্ত্য বোলে।

36. প্রতীক ব্যৱহাৰৰ উপযোগিতা কি চমুকৈ লিখা। HS- 2012 নম্বৰ-3
উত্তৰঃ- (i) প্রতীকৰ ব্যৱহাৰে যুক্তিৰ আকাৰ প্ৰকাশ কৰি তাক শ্ৰেণীকৰণ কৰাত সহায় কৰে।
(ii) প্রতীক ব্যৱহাৰে তৰ্কীয় নিয়মসমূহৰ সার্বিকতা প্ৰকাশ কৰে।
(iii) প্ৰতীক ব্যৱহাৰে জটিল বিবৃতি বা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু
সৰলভাৱে প্ৰকাশ কৰাত সহায় কৰে।

37. সত্যতা ফলন কি? HS- 2013, 2014, 2015 নম্বৰ- 3
উত্তৰঃ- সত্যতা ফলন হ’ল এক যৌগিক বিবৃতি, য’ত পৰিৱৰ্ত্য থাকে আৰু সাৰ
সত্যমূল্য পৰিৱৰ্ত্যৰ সত্যমূল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় কৰা হয়।

38. চি. আই. লুইচৰ মতে প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মূল বৈশিষ্ট্য তিনিটা কি? HS-2013, 2014 নম্বৰ-3
উত্তৰঃ- (i) ধাৰণা জ্ঞাপক চিহ্নৰ প্ৰয়োগ।
(ii) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ।
(iii) চল বা পৰিৱৰ্ত্যৰ ব্যৱহাৰ।

39. চল বা পৰিৱৰ্ত্য কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ- যি প্রতীকে নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত পৰিৱৰ্তনশীল মান গ্রহণ কৰিব পাৰে তাকে চল বা পৰিৱৰ্ত্য বোলে। ইংৰাজী বৰ্ণমালাৰ সৰু হাতৰ বৰ্ণসমূহ চল বা পৰিৱৰ্ত্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে— p, q, r, s।

40. প্রতীকাত্মক তর্কবিজ্ঞান কাক বোলে? চি. আই. লুইচৰ মতে প্ৰতীকাত্মক তর্কবিজ্ঞানৰ সাধাৰণ বৈশিষ্ট্য কি কি? HS- 2018 নম্বৰ
উত্তৰঃ- প্রতীকাত্মক তর্কবিজ্ঞান হৈছে পৌৰাণিক তৰ্কশাস্ত্ৰৰ এক বিকশিত আৰু আধুনিক ৰূপ। পৰম্পৰাগত তৰ্কশাস্ত্ৰৰ ধাৰণাটো আধুনিক গাণিতিক পদ্ধতি নিগমন মূলক আৰু প্ৰতীকৰ পৰিমাণ অধিক পৰিমাণে ব্যৱহাৰ কৰি যি নতুন তর্কবিজ্ঞান পোৱা যায় তাকেই প্রতীকাত্মক তর্কবিজ্ঞান বোলে। চি. আই. লুইচৰ মতে বৈশিষ্ট্য—
(i) ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ।
(ii) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ।
(iii) চল বা পৰিৱৰ্তৰ প্ৰয়োগ।

41. তলৰ বচন দুটা প্রতীকাত্মক ৰূপত প্ৰকাশ কৰা। HS- 2017 নম্বৰ-4
উত্তৰঃ- (i) এইটো নহয় যে, স্মিতা ভাল নহয়—
.:. এইটো নহয়
স্মিতা ভাল = P
নহয় = ~
.:. ~ ( ~ p)
(ii) হয় কার্ল পপাৰ এজন তর্কবিজ্ঞানী অথবা তেওঁ এজন দার্শনিক-
.:. হয় অথবা = v
কার্ল পপাৰ এজন তর্কবিজ্ঞানী = p
তেওঁ এজন দার্শনিক = q
.:. pvq

42. চমুটোকা লিখা৷
(a) চল বা পৰিৱৰ্ত – HS- 2016 নম্বৰ- 4
উত্তৰঃ- চল বা পৰিৱৰ্ত –
(i) চল বা পৰিৱৰ্ত হৈছে এক প্ৰকাৰ প্ৰতীক যিয়ে কোনো অনিৰ্দিষ্ট সৰল উক্তিক নিৰ্দেশ কৰে।
(ii) যিবোৰ প্রতীকে নিৰ্দিষ্ট পৰিসীমা ভিতৰত পৰিবৰ্তনশীল মান গ্ৰহণ কৰিব পাৰে তেনে প্রতীককে পৰিৱৰ্ত্য বোলে।
ইংৰাজী সৰু আখৰৰ বৰ্ণসমূহ যেনে a,b, p,q, ….. 2 লৈ সৰল উক্তিক নিৰ্দেশ কৰিবলৈ পৰিৱৰ্ত্য হিচাপে ব্যৱহাৰ কৰা হয়।

43. টোকা লিখা- HS- 2013 নম্বৰ- 4
উত্তৰঃ- (i) ধাৰণা জ্ঞাপণ চিহ্ন।
ধাৰণা জ্ঞাপক চিহ্ন হৈছে এক প্ৰকাৰ প্ৰতীক যিয়ে পোনপটীয়াভাৱে ধাৰণাৰ নিৰ্দেশ কৰে।
যেনে :- ‘?’, ‘x’
‘+’, ‘=’ ‘=’ আদি।
সহজভাৱে আৰু তৎক্ষণাত যান্ত্ৰিকভাৱে যুক্তিৰ আকাৰ নিৰ্ধাৰণৰ বাবে প্রতীকাত্মক তর্কবিজ্ঞানে ধাৰণাজ্ঞাপক চিন বা প্রতীকৰ ব্যৱহাৰ কৰে। তর্কবিজ্ঞানত, p, q, r, s, t ‘ ‘ ‘.’ ‘**’, ‘v’, ‘=’, ‘ আদি ধাৰণাজ্ঞাপক চিহ্নৰ উদাহৰণ।
ধাৰণাজ্ঞাপক চিহ্নৰ ব্যৱহাৰৰ বাবে প্ৰতীকাত্মক তর্কবিজ্ঞান আকাৰনিষ্ঠ সত্যতাৰ লগত যুক্ত হয়।

44. প্রতীকাত্মক তর্কবিজ্ঞান বুলিলে কি বুজা? ইয়াৰ মূল বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। HS- 2013 নম্বৰ- 5
উত্তৰঃ- প্রতিকাত্মক তর্কবিজ্ঞান হৈছে পৌৰাণিক তর্কশাস্ত্ৰৰ এক বিকশিত আৰু আধুনিক ৰূপ। পৰম্পৰাগত তর্কশাস্ত্ৰৰ ধাৰাটো আধুনিক গণিতীয় পদ্ধতি আৰু প্ৰতীক ব্যৱহাৰ অধিক কৰাৰ ফলত যি নতুন তর্কবিজ্ঞান গঢ়ি উঠিছে তাকেই প্রতীকাত্মক তর্কবিজ্ঞান বুলি কোৱা হয়। বৈশিষ্ট্য—
(i) ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ : আধুনিক তর্কবিজ্ঞান ধাৰণা আপক চিহ্নৰ প্রয়োগ কৰা হয়। ধাৰণাজ্ঞাপক চিহ্নই প্ৰত্যক্ষভাৱে ধাৰণাক নিৰ্দেশ কৰে।
(ii) নিগমনমূলক পদ্ধতিৰ ব্যৱহাৰ : নিগমনাত্মক পদ্ধতি হৈছে এটা গণিতীয় পদ্ধতি যিটো তর্কবিজ্ঞানীয়ে তর্কবিজ্ঞান ব্যৱহাৰ কৰিছে।
(iii) চল বা পৰিৱৰ্তৰ ব্যৱহাৰ : তর্কবিজ্ঞানত যথেষ্ট পৰিমাণে চল বা পৰিৱৰ্তাৰ ব্যৱহাৰ হয়। যিবোৰ প্রতীকে নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত পৰিৱৰ্তনশীলমান গ্ৰহণ কৰে তাকেই চল বা পৰিৱৰ্ত্য বোলে।

45. দৰ্শন আৰু প্ৰমূল্যবিদ্যাৰ সম্পৰ্ক লিখা। HS- 2013 নম্বৰ- 5
উত্তৰঃ- দৰ্শনৰ লগত প্ৰমূল্য বিদ্যাৰ ঘনিষ্ঠ সম্পর্ক আছে। দর্শনে জীৱন আৰু জগতৰ সামগ্রিক ব্যাখ্যা দিয়াৰ লগতে ইয়াৰ মূল্যায়ন কৰি পূৰ্ণ জ্ঞান দিয়াৰ প্ৰয়াস কৰে। মূল্যৰ দিশ আলোচনা কৰে প্ৰমূল্য বিদ্যাই গতিকে দার্শনিক জ্ঞানৰ পূৰ্ণতা প্রাপ্তিৰ বাবে প্ৰমূল্য বিজ্ঞানৰ সহায় লয়।
প্ৰমূল্য বিদ্যাৰ পৰম মূল্য তিনিটা সত্য, শিৱ, সুন্দৰ যাৰ বিষয়ে দর্শনে আলোচনা কৰে।

46. প্রতীক ব্যৱহাৰৰ উপযোগিতা চমুকৈ লিখা। HS- 2014 নম্বৰ- 5

(ii) প্রতীক ব্যৱহাৰে জটিল বিবৃতি বা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্ৰকাশ কৰাত সহায় কৰে।
(iii) প্ৰতীক ব্যৱহাৰে তৰ্কীয় নিয়মসমূহৰ সার্বিকত প্ৰকাশ কৰে।
(iv) প্রতীক ব্যৱহাৰে ভাষাজনিত আসোঁৱাহ দূৰ কৰে।
(v) প্রতীক ব্যৱহাৰে তৰ্কবিজ্ঞানত ব্যৱহৃত পদসমূহক সুবিধাজনকভাৱে প্ৰকাশ কৰে।

Sheykhul Alom Ahmed
PGT, Logic & Philosophy
HN Seminary HSS, Bagribari, dhubri
M-7002893245.

  1. নিগমন পদ্ধতি কি?
    উত্তৰঃ- কম বা সীমিত সংখ্যক বচনৰ পৰা কমসংখ্যক নিয়ম প্রয়োগ কৰি অধিক সংখ্যক বচন প্রতিষ্ঠা কৰা পদ্ধতিকে নিগমন পদ্ধতি বোলে।

  1. প্রতীকাত্মক তর্কবিজ্ঞান কাক বোলে?
    উত্তৰঃ- যুক্তিৰ প্ৰকাশ আৰু ইয়াৰ সত্য মূল্য নির্ণয়ৰ উদ্দেশ্য বিস্তৃত পৰিমাণে প্রতীক ব্যৱহাৰৰ জৰিয়তে যি তর্কবিজ্ঞানৰ শাখা প্রতিষ্ঠা হৈছে, সেই তর্কবিজ্ঞানক প্রতীকাত্মক তর্কবিজ্ঞান বোলে।

  1. তর্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰৰ দুটা উপযোগিতা লিখা। HS- 2015, 2017 নম্বৰ-2

উত্তৰঃ- (i) প্রতীকৰ ব্যৱহাৰে যুক্তিৰ আকাৰ প্ৰকাশ কৰি সেই আকাৰ অনুসৰি যুক্তিটোক শ্ৰেণীভাগ কৰাত সহায় কৰে।
(ii) প্রতীকৰ ব্যৱহাৰে জটিল বিবৃতি বা যুক্তি কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্ৰকাশ কৰিব পাৰি।

  1. আদৰ্শষ্ঠি বিজ্ঞানৰ দুটা উদাহৰণ দিয়া? HS- 2012, 2014 নম্বৰ-2
    উত্তৰঃ- তর্কবিদ্যা, প্ৰমূল্যবিদ্যা।
  2. প্রতীক বুলিলে কি বুজা? HS- 2013 নম্বৰ-2
    উত্তৰঃ- কোনো কথা বা বিষয় বা বস্তু বুজাবলৈ সেই কথা বা বিষয় বা বস্তুৰ পৰিৱৰ্তে সচেষ্টভাৱে যি চিন বা সংকেত ব্যৱহাৰ কৰা হয় তাকে প্রতীক বোলে। যেনে— P, q, r, s ইত্যাদি।

Leave a comment

Trending