একাদশ শ্ৰেণীৰ তৰ্কবিজ্ঞান
দর্শন
Philosophy
Class XI Logic & Philosophy
- Philosophy শব্দটো কি দুটা গ্ৰীক শব্দৰ পৰা আহিছে?
উত্তৰঃ- ‘Philo’ আৰু ‘Sophia’ৰ পৰা আহিছে। - ‘Philos’ শব্দৰ অৰ্থ কি?
উত্তৰঃ- প্রীতি বা অনুৰাগ। - ‘Sophia’ শব্দৰ অৰ্থ কি?
উত্তৰঃ- জ্ঞান - Epistemology শব্দটো কোন দুটা গ্ৰীক শব্দৰ পৰা আহিছে?
উত্তৰঃ- ‘Episteme আৰু Logos’! - কোনে পোনপ্ৰথমে ‘Ontology’ নামৰ শব্দটো দৰ্শনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে।
উত্তৰঃ- ৱ’লফ। - ‘Episteme’ শব্দৰ অৰ্থ কি?
উত্তৰঃ- জ্ঞান। - ‘Logos’ শব্দৰ অৰ্থ কি?
উত্তৰঃ- বিজ্ঞান। - দৰ্শনৰ অধ্যয়ন কেনেকুৱা?
উত্তৰঃ- সংশ্লেষণাত্মক। - দৰ্শন শব্দটো সংস্কৃত কি শব্দৰ পৰা আহিছে?
উত্তৰঃ- দুশৰ পৰা। - দর্শনে সমগ্র বিশ্ব ব্রহ্মাণ্ড/পদার্থ/সংশয়ৰ বিষয়ে অধ্যয়ন কৰে৷
উত্তৰঃ- সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে। - দর্শন আগমনাত্মক/নিগমনাত্মক পদ্ধতিৰ লগত জড়িত।
উত্তৰঃ- নিগমনাত্মক। - দৰ্শন বস্তুনিষ্ঠ/আকৰিক সত্যতাৰ লগত জড়িত।
উত্তৰঃ- আকৰিক সত্যতাৰ লগত। - দৰ্শনে কেৱল অধিবৈজ্ঞানিক সমস্যাসমূহ আলোচনা কৰে/নকৰে।
উত্তৰঃ- নকৰে। - দৰ্শন আৰু বিজ্ঞান পৰস্পৰ নিৰ্ভৰশীল নে?
উত্তৰঃ- হয়। - দর্শনে __ ক সমগ্ৰভাৱে অধ্যয়ন কৰে।
উত্তৰঃ- বিশ্বব্রহ্মাণ্ড। - হার্বার্ট স্পেন্সাৰৰ মতে দৰ্শন হ’ল _ এক জ্ঞান।
উত্তৰঃ- সংযোজিত। - পলছলৰ মতে দৰ্শন কি?
উত্তৰঃ- দর্শন হ’ল সমগ্র বৈজ্ঞানিক জ্ঞানৰ এক সমষ্টি। - জন লকৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ- ‘An essay concerning Human Understanding.’ - ‘An Essay Concerning Human Understanding’ গ্ৰন্থৰ ৰচক
কোন?
উত্তৰঃ- জন লক। - ‘Critique of pure Reason’ নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ- ইমানুৱেল কাণ্ট। - Metaphysics শব্দটো কোন দুটা গ্ৰীক শব্দৰ পৰা আহিছে?
উত্তৰঃ- Meta আৰু Physika - Meta শব্দৰ অৰ্থ কি?
উত্তৰঃ- পিছত। - ‘Physika’ শব্দৰ অৰ্থ কি?
উত্তৰঃ- বিজ্ঞান। - দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক দেহ আৰু আত্মাৰ সম্বন্ধৰ সৈতে তুলনা কৰা দাৰ্শনিকজনৰ নাম লিখা।
উত্তৰঃ- ওৱেৱাৰ। - তৰ্কীয় প্ৰত্যেক্ষবাদীয়ে অধিবিদ্যাৰ যথাৰ্থতা মানি লয়নে?
উত্তৰঃ- নলয়। - নীতিবিজ্ঞান এটা কলা এটা আদর্শনিষ্ঠ বিজ্ঞান/বস্তুনিষ্ঠ বিজ্ঞান।
উত্তৰঃ- আদর্শনিষ্ঠ বিজ্ঞান।
Leave a comment