Class 12 History

Chapter 4

The Central Islamic Lands
মধ্য এছিয়াত অৱস্থিত ইছলামীয় ভূখণ্ড

চতুৰ্থ অধ্যায়

দ্বাদশ শ্ৰেণীৰ বুৰঞ্জীৰ

1. ইচলাম ধৰ্মৰ কেতিয়া সৃষ্টি হৈছিল?
(ক) খ্রীষ্টীয় প্রথম শতিকাত
(খ) খ্রীষ্টীয় সপ্তম শতিকাত
(গ) খ্ৰীষ্টীয় পঞ্চম শতিকাত
(ঘ) খ্ৰীষ্টীয় নৱম শকিতাক
উত্তৰঃ- (খ) খ্রীষ্টীয় সপ্তম শতিকাত

2. তুৰস্কৰ বৰ্তমান ইষ্টানবুল ৰূপে পৰিচিত ৰোমান সম্ৰাজ্যৰ চহৰখনৰ নাম কি?
(ক) এথেন্স                  (খ) ৰোম
(গ) আলেকজেন্ড্রিয়া      (ঘ) কনষ্টানটিনপোল
উত্তৰঃ- (গ) কনষ্টানটাইনে

3. ‘ইছলামীয় সভ্যতাৰ চাবেক ভূমি’ বুলি কোনখিনি সময়ক কোৱা হয়৷
উত্তৰঃ- ৬০০ৰ পৰা ১২০০ খ্ৰীঃলৈ এই সময়খিনিক কোৱা হয়।

4. মুছলমান সকলৰ উত্তম বিধি টাবাৰীৰ আখবৰ কিমানটা খণ্ডলৈ ইংৰাজীলৈ তর্জমা কৰা হৈছিল?
উত্তৰঃ- ৩৮ টা খণ্ডলৈ তর্জমা বা অনুবাদ কৰা হৈছিল।

 

Mr. Jugajit Bora,

Post Graduate Teacher (History)

H.N. Seminary Model HS School, Bagribari, Dhubri, Assam

Email : jugajitbora@gmail.com
Mobile : 9954478581.

Leave a comment

Trending