Class 11 History
Chapter 8
Confrontation of Cultures
সংস্কৃতিৰ সংঘাত
অষ্টম অধ্যায়
সংস্কৃতিৰ সংঘাত

  1. বছবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
    (i) কোনে প্রথম নিশ্চিত কৰিছিল যে পৃথিৱীকে আদি কৰি অন্যান্য গ্রহবোৰ সূৰ্যৰ
  2. চাৰিওফালে ঘূৰে?
  3. (ক) জন কেপলাৰে
  4. (খ) জোৱাচিম ৰেটিকাছে
  5. (গ) ক’পাৰনিকাছে
  6. (ঘ) ওপৰৰ এজনো নহয়
  7. উত্তৰঃ- (গ) ক’পাৰনিকাছে
  8. আমেৰিকা আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম কি আছিল? HS-2015
    উত্তৰঃ- কলম্বাছ
  9. কলম্বাচ আমেৰিকাত কেতিয়া উপস্থিত হৈছিল? HS-2022
    উত্তৰঃ- অক্টোবৰ 12, 1492
  10. ভাৰত আৱিষ্কাৰ কৰা নাৱিকজনৰ নাম কি আছিল? HS-2016
    উত্তৰঃ- Vasco da Gama
  11. মেক্সিকো শব্দটো ক’ৰ পৰা আহিছে?
    উত্তৰঃ- মেক্সিলি শব্দৰ পৰা মেক্সিকো শব্দটো আহিছে।
  12. কলম্বাছ কোন আছিল?
    উত্তৰঃ- কলম্বাছ এজন ইটালীৰ পৰিভ্ৰমণকাৰী আছিল।
  13. এমেৰিগ’ ভেচপুচি কোন আছিল? HS-2019
    উত্তৰঃ-
  14. Capitalism and Slavery গ্ৰন্থখনৰ লিখকৰ নাম লিখা। HS-2019
    উত্তৰঃ- Dr Eric William
  15. কোনে কেতিয়া ইণ্ডিজ আৱিষ্কাৰ কৰিছিল?
    উত্তৰঃ- ১৪৯২ খ্ৰীঃত খ্ৰীষ্টফাৰ কলম্বাছে ইণ্ডিজ আৱিষ্কাৰ কৰিছিল।
  16. কোন চনত টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্ৰকাশ হৈছিল?
    উত্তৰঃ- ১৪৭৭ খ্ৰীঃত টলেমিৰ ভূগোল বিষয়ক কিতাপখন প্ৰকাশ হৈছিল।
  17. সমুদ্ৰ যাত্ৰাৰ প্ৰথম বাটকটীয়া কোন আছিল?
    উত্তৰঃ- পৰ্তুগীজ আৰু স্পেনিছসকল সমুদ্ৰ যাত্ৰাৰ প্ৰথম বাটকটীয়া আছিল।
  18. কলম্বাছে যি কিতাপৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাগৰ ভ্ৰমণত ওলাইছিল, তাৰ নাম লিখা।
    উত্তৰঃ- মাৰ্কো পোলো (Marco Polo) ৰ The Travels

Mr. Jugajit Bora,
Post Graduate Teacher (History)

H.N.Seminary Model HS School, Bagribari, Dhubri, Assam

Email : jugajitbora@gmail.com

Mobile : 9954478581.

Leave a comment

Trending