Towards Modernisation
The Industrial Revolution
আধুনিকীকৰণৰ দিশলৈ
শিল্প । ঔদ্যোগিক বিপ্লৱ

নৱম অধ্যায়

  1. বহুবিকল্পী (MCQ) প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
    (i) ৰেনেছা সময়ছোৱাত কোনটো আৱিষ্কাৰে জ্ঞানৰ প্ৰচাৰত বিশেষ প্ৰভাৱ পেলাইছিল?

    (ক) টেলিস্কোপ
    (খ) মুদ্রণ যন্ত্র
    (গ) কম্পাচ
    (ঘ) এষ্ট্র’লেব
    উত্তৰঃ- মুদ্রণ যন্ত্র

(ii) কোন জন প্রসদ্ধি ৰেনেছা শিল্পীয়ে “মনালিছা” অংকন কৰিছিল?
(ক) মাইকেলেঞ্জেলা
(খ) লিঅর্ণার্ড দা ভিঞ্চি
(গ) ৰাফায়েল
(ঘ) ড’নাটেল্লো
উত্তৰঃ- লিঅর্ণার্ড দা ভিঞ্চি

(iii) ৰেনেছা সময়ছোৱাত কোনক্ষেত্ৰত উল্লেখযোগ্য উন্নতি হৈছিল?
(ক) জ্যোতির্বিদ্যা
(খ) চিকিৎসাবিদ্যা
(গ) সাহিত্য
(ঘ) ওপৰৰ সকলো
উত্তৰঃ- ওপৰৰ সকলো

(iv) ৰেনেছা পৰ্যায়টো কোন দুটা প্রাচীন সভ্যতাৰ পৰম্পৰাগত জ্ঞানৰ প্ৰতি আগ্ৰহ পুনৰুজ্জীৱিত কৰাৰ বাবে জনাজাত?
(ক) মিচৰ আৰু চীন
(খ) ৰোম আৰু গ্ৰীচ
(গ) পাদ আৰু মেছোপটেমিয়া
(ঘ) ভাৰত আৰু জাপান
উত্তৰঃ- ৰোম আৰু গ্ৰীচ

(v) ৰেনেছা সময়ছোৱাত “দ্যা প্রিন্স” নামৰ প্ৰসিদ্ধ কিতাপখন কোনে লিখিছিল?
(ক) থমাছ ম’ৰ
(খ) নিকোলো মেকিয়াভেলি
(গ) এৰাছমাছ
(ঘ) দান্তে আলিঘিয়েৰী
উত্তৰঃ- নিকোলো মেকিয়াভেলি

  1. বেংক অফ ইংলেণ্ড কেতিয়া স্থাপিত হৈছিল?
    উত্তৰঃ- 1694 চনত

Leave a comment

Trending