H.S. 2nd Year Economics 2022
Full Marks : 80
ক-অংশ
1. (i) অনিচ্ছাকৃত নিবনুৱাৰ সংজ্ঞা লিখা।
উত্তৰঃ- যিসকলে কাম কৰিবলৈ চলিত মজুৰিত ইচ্ছুক কিন্তু কাম কৰাৰ সুযোগ পোৱা নাই, সেইসকলক অনিচ্ছাকৃত নিবনুৱা লোক বোলা হয়।
(ii) সক্রিয় চাহিদা কি?
উত্তৰঃ- সক্রিয় চাহিদা হ’ল সামগ্ৰিক যোগান আৰু সামগ্ৰিক চাহিদা সমান হোৱা অৱস্থা।
(iii) মূলধনৰ ক্ষয়ক্ষতি বুলিলে কি বুজা?
উত্তৰঃ- সম্পত্তিৰ মূল্য কমি যোৱা।।
(iv) GNP=GDP – ________ । (খালী ঠাই পূৰ কৰা)
উত্তৰঃ- Net factor expenditure from abroad.
(v) বৈদেশিক বিনিময় বজাৰ কি?
উত্তৰঃ- বিনিময় হাৰৰ বজাৰ নিৰ্ধাৰণ।
(i) পৰিশোধৰ সমতাৰ চলিত হিচাপত নিম্নলিখিত কোনকেইটা লেনদেন অন্তর্ভুক্ত হয়?
(a) দ্রব্য আমদানি আৰু ৰপ্তানি
(b) সেৱাৰ আমদানি আৰু ৰপ্তানি
(c) একপক্ষীয় হস্তান্ত
(d) ওপৰৰ সকলাবোৰ (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ- (a) দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি।
2. বজাৰ দৰত GDP আৰু উপাদান ব্যয়ত GDP ৰ মাজৰ পার্থক্য লিখা। 2
উত্তৰঃ-
অথবা
মধ্যৱতী দ্ৰব্য আৰু মূলধনী দ্রব্যৰ এটা সাদৃশ্য আৰু এটা পার্থক্য লিখা। 1+1=2
উত্তৰঃ- মধ্যৱতী দ্ৰব্য আৰু মূলধনী দ্রব্যৰ এটা সাদৃশ্য-
ক)
মধ্যৱতী দ্ৰব্য আৰু মূলধনী দ্রব্যৰ পার্থক্য-
ক) মধ্যৱতী দ্ৰব্য অস্থায়ী আৰু মূলধনী দ্রব্য স্থায়ী।
3. ‘সঞ্চয়ৰ বা মিতব্যয়িতাৰ সাঁথৰ’ বুলিলে কি বুজা? 2
উত্তৰঃ- অর্থনীতিৰ সুদ্ৰাসুযায়ী ব্যক্তিগত সঞ্চয়ৰ দ্বাৰা সকলো অর্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে।
অথবা
সামগ্রিক যোগান কি? বুজাই লিখা।
উত্তৰঃ- সামগ্রিক যোগানৰ উপাদানসমূহ হ’ল-
উপভোগ ব্যয় (C) – অৰ্থনীতি এখনত সকলো পৰিয়ালে ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্ৰব্য আৰু সেৱাত ক্ৰয় কৰা মুঠ ব্যয়কে উপভোগ ব্যয় বোলে।
সঞ্চয় (S) :- আয়ৰ এক বৃহত অংশ দ্ৰব্য সেৱাৰ উপভোগৰ ব্যয় কৰা হয় বাকী থকা অংশটো সঞ্চয় কৰা হয়। গতিকে যোগান (AS) উপভোগ (C) = সঞ্চয় (S)
4. প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ দুটা পার্থক্য লিখা।
উত্তৰঃ- (i) প্রত্যক্ষ কৰ আনলৈ ঠেলি পঠিয়াব নোৱাৰি কিন্তু পৰোক্ষ কৰ আনলৈ ঠেলি পঠিয়াব পাৰি।
(ii) প্রত্যক্ষ কৰ আয় আৰু সম্পত্তিৰ ওপৰত আৰোপ কৰা হয়। কিন্তু পৰোক্ষ কৰ দ্রব্য সামগ্রী আৰু সেৱাৰ ওপৰত আৰোপ কৰা হয়।
5. উচ্চক্ষমতাসম্পন্ন মুদ্ৰাৰ উপাদানসমূহ কি কি? *
উত্তৰঃ- প্রচলনত থকা কাগজী আৰু ধাতুৰ মুদ্রা, ব্যৱসায়িক বেংকসমূহৰ সংৰক্ষিত মুদ্রা আৰু কেন্দ্রীয় বেংকত থকা বেংকসমূহৰ ব্যৱহাৰিক উদ্ধৃত্বৰ সমষ্টিয়েই হ’ল উচ্চ ক্ষমতাসম্পন্ন মুদ্রা।
অথবা
বেংক হাৰ আৰু নগদ সংৰক্ষণ অনুপাতৰ সংজ্ঞা লিখা। 1+1=2
উত্তৰঃ- বাণিজ্যিক বেংকবিলাকে যি সুদৰ হাৰত কেন্দ্রীয় বেংকৰ পৰা ঋণ সংগ্রহ কৰে তাকে বেংক হাৰ বুলি কোৱা হয়।
বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ যি অংশ কেন্দ্রীয় বেংকত জমা থব লাগে, তাকে নগদ সংৰক্ষণ অনুপাত বেংক বোলে।
6. পৰিশোধৰ সমতা আৰু বাণিজ্যৰ সমতাৰ মাজৰ দুটা পার্থক্য লিখ। 2
উত্তৰঃ- পৰিশোধৰ সমতা আৰু বাণিজ্যৰ সমতাৰ মাজৰ পার্থক্যবোৰ এনে ধৰণৰ-
(i) পৰিশোধৰ সমতাত দ্রব্য সামগ্রীৰ ৰপ্তানি আৰু আমদানিৰ হিচাপৰ উপৰিও বেংক, বীমা সেৱা, মূলধনৰ প্ৰৱাহ, স্বৰ্ণৰ প্ৰৱাহ ইত্যাদিৰ হিচাপো অন্তর্ভুক্ত হয়। আনহাতে বাণিজ্যৰ সমতাত দ্রব্য সামগ্ৰীৰ আমদানি আৰু ৰপ্তানিৰ হিচাপেহে অন্তর্ভুক্ত।
(ii) পৰিশোধৰ সমতাত চলিত হিচাপ আৰু মূলধনৰ হিচাপ দুয়োটাই অন্তর্ভূক্ত হয়। বাণিজ্যৰ সমতা পৰিশোধৰ সমতাৰ চলিত হিচাপৰ অন্তর্ভুক্ত হয়।
(iii) পৰিশোধৰ সমতাই আন্তঃষ্ট্ৰীয় লেনদেনৰ পূৰ্ণাংগ ছবি এখন দাঙি ধৰে। বাণিজ্যৰ সমতাই এখন দেশৰ আন্তৰাষ্ট্ৰীয় লেনদেনৰ আংশিক ছবিহে দাঙি ধৰে।
(iv) পৰিশোধৰ সমতা তেতিয়া অনুকূল হয়। যেতিয়া চলিত হিচাপ আৰু মূলধনী হিচাপৰ সামগ্রীক সমতা যোগাত্মক হয়। বাণিজ্যৰ সমতা অনুকুল হয়, যেতিয়া দ্রব্য সামগ্রীৰ ৰপ্তানি আমদানিতকৈ অধিক হয়।
7. স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ-ৰ ধাৰণা দুটা চমুকৈ লিখা। 2
উত্তৰঃ-
8. বিনিয়োগ গুণক কি? যদিহে 300 কোটি টকাৰ নতুন বিনিয়োগে জাতীয় আয় 1200 কোটি টকা বৃদ্ধি কৰে, তেন্তে বিনিয়োগ গুণকৰ মান গণনা কৰা। এইক্ষেত্ৰত, MPC-ৰ মান কিমান হ’ব? 1+1+2=4
উত্তৰঃ- প্ৰান্তিক উপভোগ প্ৰৱণতা স্থিৰে থকা অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত আয়ৰ বৃদ্ধিৰ এটা অনুপাত দেখা পোৱা যায়। সেই অনুপাত হ’ল বিনিয়োগ গুণক।
অথবা
সামগ্রিক চাহিদাৰ উপাদানসমূহ সংক্ষেপে আলোচনা কৰা। 4
উত্তৰঃ- সামগ্রিক চাহিদাৰ উপাদানসমূহ হ’ল-
(ক) ব্যক্তিগত উপভোগ চাহিদাঃ- ঘৰুৱা খণ্ডৰ ক্ৰয় কৰাৰ ক্ষমতা থকা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্রকাশ কৰা দ্ৰব্য আৰু সেৱাৰ মানক ব্যক্তিগত উপভোগ চাহিদা বোলে।
(খ) ব্যক্তিগত বিনিয়োগ চাহিদাঃ- নতুন মূলধনী সম্পত্তিৰ সৃষ্টি আৰু কেঁচামালৰ ওপৰত ব্যক্তিগত উদ্যোগীসকলৰ পৰিকল্পিত ব্যয়কে ব্যক্তিগত বিনিয়োগ চাহিদা বোলে।
(গ) দ্ৰব্য আৰু সেৱাৰ প্রতি চৰকাৰী চাহিদাঃ- সমাজৰ সাধাৰণ অভাৱ পূৰণৰ বাবে উপভোগ্য আৰু মূলধনী দ্রব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়।
(ঘ) নিগুট ৰপ্তানি চাহিদাঃ- ই ৰপ্তানি আৰু আমদানিৰ পাৰ্থক্যকে বুজায়।
9. নিম্নলিখিত ধাৰণাসমূহৰ মাজৰ পার্থক্য লিখাঃ- (যিকোনো দুটাৰ) 2+2=4
(i) স্বতন্ত্র বিনিয়োগ আৰু অভিপ্রেত বিনিয়োগ।
উত্তৰঃ- স্বতন্ত্র বিনিয়োগ হ’ল সেই বিনিয়োগ যি আয়ৰ পৰিৱর্তনৰ লগত পৰিৱর্তনশীল আৰু সেয়ে আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। আয়ৰ স্তৰ যিমানেই নহওক ই এক স্থিৰ পৰিমাপক বুজায়। স্বতন্ত্র বিনিয়োগ সাধাৰণতে চৰকাৰী খণ্ডই কৰে। ই ৰাজহুৱা দ্ৰব্যৰ আৱশ্যকতা, জনসংখ্যাৰ পৰিৱৰ্তন, চৰকাৰৰ সমাজ কল্যাণৰ লক্ষ্য আদিৰ ওপৰত নিৰ্ভৰ কৰে। স্বতন্ত্র বিনিয়োগ ৰেখা আনুভূমিক আকৃতিৰ হয়।
আনহাতে, আয়, উৎপাদন, মজুৰি, বিক্রী, মুনাফা ইত্যাদিৰ দ্বাৰা প্ৰভাৱিত হোৱা বিনিয়োগক অভিপ্রেত বিনিয়োগ বোলে। ব্যক্তিগত খণ্ডৰ বিনিয়োগ সাধাৰণতে অভিপ্রেত বিনিয়োগ। জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়োগ বৃদ্ধি পায়। অভিপ্রেত বিনিয়োগ ৰেখা এডাল ঊর্ধ্বগামী ৰেখা।
(ii) প্রত্যাশিত উপভোগ আৰু শেহান্ত উপভোগ।
উত্তৰঃ- আয়ত্তৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিয়োগকে প্রত্যাশিত বিনিয়োগ বা পৰিকল্পিত বিনিয়োগ বোলে। প্রত্যাশিক বিনিয়োগ হৈছে বিনিয়োগৰ এটা সম্ভাব্য মান হে। আনহাতে প্রকৃত (শেহান্ত) বিনিয়োগ হ’ল উপভোগ, বিনিয়োগ, মুঠ উত্পাদন ইত্যাদিবোৰৰ সম্ভাব্য মান হে।
(iii) প্রান্তিক উপভোগ প্রৱণতা আৰু প্রান্তিক সঞ্চয় প্রৱণতা।
উত্তৰঃ- প্রান্তিক সঞ্চয় প্রৱণতাই জাতীয় আয়ৰ পৰিৱর্তনৰ লগত সঞ্চয়ৰ হাৰত পৰিৱৰ্তনৰ নির্দেশ কৰে। ই হৈছে আয় পৰিৱর্তনৰ লগত সঞ্চয়ৰ পৰিৱর্তনৰ অনুপাত।
∆ y = আয়ৰ পৰিৱৰ্তন
আনহাতে, সামগ্রিক আয় স্তৰৰ পৰিৱর্তনৰ লগত সামগ্রিক উপভোগ স্তৰৰ পৰিৱর্তনৰ অনুপাতেই হৈছে প্রান্তিক উপভোগ প্রৱণতা PC আৰু MPSৰ সম্পৰ্কটো হ’ল MPC+MPS=1, MPC ধনাত্মক আৰু 1তকৈ সৰু হোৱাৰ দৰে MPS ধনাত্মক আৰু 1 তকৈ সৰু। গতিকে আমি 1ৰ পৰা MPC বিয়োগ কৰিলে MPS পাব পাৰো। অর্থাৎ 1MPC=MPS.
(iv) প্রান্তিক উপভোগ প্রৱণতা আৰু গড় উপভোগ প্রৱণতা।
উত্তৰঃ- প্রান্তিক সঞ্চয় প্রৱণতাই জাতীয় আয়ৰ পৰিৱর্তনৰ লগত সঞ্চয়ৰ হাৰত পৰিৱৰ্তনৰ নির্দেশ কৰে। ই হৈছে আয় পৰিৱর্তনৰ লগত সঞ্চয়ৰ পৰিৱর্তনৰ অনুপাত।
∆ y = আয়ৰ পৰিৱৰ্তন
আনহাতে, এক নিৰ্দিষ্ট্ৰ সময়কালত সামগ্ৰিক আয়ৰ লগত সামগ্ৰিক উপভোগৰ অনুপাতকে গড় উপভোগ প্ৰৱণতা বোলে।
10. কেন্দ্রীয় বেংকৰ চাৰিটা মুখ্য কাৰ্য্য আলোচনা কৰা।
উত্তৰঃ- কেন্দ্রীয় বেংকৰ কার্যাৱলীসমূহ হ’ল—
অথবা
বাণিজ্যিক বেংকে কেনেদৰে ঋণ সৃষ্টি কৰে ব্যাখ্যা কৰা।
উত্তৰঃ- বাণিজ্যিক বেংকে মুদ্রা সৃষ্টি কৰিব পাৰে। মুদ্রা সৃষ্টিৰ সৈতে সমগ্র বাণিজ্যিক বেংক ব্যৱস্থা জড়িত হৈ থাকে। প্রথমতে, বাণিজ্যিক বেংকে ঋণ প্ৰদানৰ জৰিয়তে মুদ্রা সৃষ্টি কৰিব পাৰে। ই গ্রাহকক ঋণ প্রদানৰ জৰিয়তে চাহিদা আমানতৰ সৃষ্টি কৰে। বেংকে সংগৃহীত সঞ্চয়ৰ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগ বঢ়ায়। ঋণ লওতাই আকৌ অন্য বেংকত চেকৰ মাধ্যমত পোৱা ঋণ দাখিল কৰে। সেই বেংকে আকৌ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায়। এনেদৰে ঋণ প্রক্রিয়া চলি থাকিব আৰু মুদ্রা বা ঋণ সৃষ্টি হ’ব। দ্বিতীয়তে, বাণিজ্যিক বেংকে বন্ধকীৰ বিপৰীতে বিনিয়োগ কৰি মুদ্রা সৃষ্টি কৰিব পাৰে। বেংকে বন্ধকী ক্রয় কৰোঁতে বিক্রেতাক চেকৰ জৰিয়তে পৰিশোধ কৰে। চেকখন অন্য বেংকত জমা দিয়া হয় আৰু জমাকাৰীৰ বিপৰীতে আমানতৰ সৃষ্টি হয়। এনেদৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্রা সৃষ্টি কৰিব পাৰে।
11. চৰকাৰী বাজেটৰ উপাদানসমূহ আলোচনা কৰা।
উত্তৰঃ- চৰকাৰী বাজেটৰ দুটা উপাদান থাকে— ৰাজহ বাজেট আৰু মূলধনী বাজেট।
ৰাজহ বাজেটত চৰকাৰে সংগ্ৰহ কৰা ৰাজত্ব আৰু ৰাজহ ব্যয়ৰ বিষয়ে উল্লেখ থাকে। চৰকাৰী ৰাজহ দুই প্রকাৰৰ- কৰ ৰাজহ আৰু অনাকৰ ৰাজহ। কৰ ৰাজহ প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰ হ’ব পাৰে। প্রত্যক্ষ কৰৰ বোজা আৰু ভাৰ একেজন ব্যক্তিৰ ওপৰত পৰে। পৰোক্ষ কৰৰ বোজা এজন ব্যক্তিৰ ওপৰত আৰু ভাৰ অন্য এজন ব্যক্তিৰ ওপৰত পৰে। অনাকৰ ৰাজহৰ ভিতৰত মাচুল, বাণিজ্যিক ৰাজহ, জৰিমনা, চৰকাৰী সম্পত্তিৰ আয়, বিশেষ খাজনা, ৰাজগামী, দান আৰু অনুদান, ঋণ গ্রহণ, মাটি বিত্ত আদি।
মূলধনী বাজেটত মূলধনী সা-সম্পত্তি সংগ্রহ, বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয়-ব্যয়সমূহ অন্তর্ভুক্ত হয়। মূলধনী প্রাপ্তিত ঋণৰ পুনৰ প্রাপ্তি, ঋণ আৰু অন্যান্য দেনা, অন্যান্য প্রাপ্তি যেনে- ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিৰ্বিনিয়োগ কৰণ এনে ধৰণৰ প্রাপ্তি। মূলধনী ব্যয় হ’ল যি ব্যয়ে সম্পদ সৃষ্টি অথৱা সেৱা হ্রাস কৰে। ভূমি ক্রয়ত হোৱা ব্যয়, ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল, বিদেশী চৰকাৰ, ৰাজহুৱা প্রতিষ্ঠান ইত্যাদিক দিয়া ঋণো মূলধনী ব্যয়।
অথবা
তলত দিয়াসমূহৰ সংজ্ঞা লিখাঃ- 1+1+1+1=4
(i) ৰাজকোষীয় ঘাটি *
উত্তৰঃ- ৰাজকোষীয় ঘাটি মানে ভৱিষ্যত্ প্ৰজন্মৰ ওপৰত ঋণৰ বোজা জাপি দি অৰ্থনৈতিক বিকাশ বাধাগ্ৰস্ত কৰে।
(ii) প্রাথমিক ঘাটি *
উত্তৰঃ- যেতিয়া ৰাজকোষীয় ঘাটি আৰু Interest of Payment সমান হয় তাকে শূন্য প্রাথমিক ঘাটি বোলে।
(iii) পৰিকল্পিত চৰকাৰী ব্যয়।
উত্তৰঃ- পৰিকল্পিত চৰকাৰী ব্যয় বুলিলে এটি বছৰৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ অধীনৰ কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায়। ই হৈছে অর্থনীতিৰ বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্রীয় পৰিকল্পনাৰ কাৰ্যসূচীত ৰূপায়ন কৰা ব্যয়।
(iv) পৰিকল্পনা-বহির্ভুত চৰকাৰী ব্যয়।
উত্তৰঃ- পৰিকল্পনা বহির্ভূত ব্যয় বুলিলে সাধাৰণতে প্রশাসন, অর্থনৈতিক উন্নয়ন আৰু সামাজিক সেৱাৰ বাবে যিবোৰ ব্যয় কৰা হয় তাকে বুজায়।
12. আয় পদ্ধতিৰ সহায়ত কেনেদৰে GDP গণনা কৰা হয়, ব্যাখ্যা কৰা৷ 6
উত্তৰঃ- মুঠ ঘৰুৱা উৎপাদন (GDP) গণনা কৰাৰ আয় পদ্ধতিত উৎপাদন উপাদানসমূহৰ আয়ৰ পৰিমাণেৰে যোগ কৰা হয়। উৎপাদনৰ উপাদানবোৰ— ভূমি, শ্রম, মূলধন আৰু সংগঠক, এই উপাদানকেইটাৰ আয় যথাক্রমে খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে ধৰে। গতিকে GDP= খাজনা + মজুৰি + সুদ + লাভ। ধৰি লোৱা হ’ল যে দেশখনত মুঠ পৰিয়ালৰ সংখ্যা হ’ল, M আৰু
Normal
0
false
false
false
EN-US
X-NONE
HI
MicrosoftInternetExplorer4
/* Style Definitions */
table.MsoNormalTable
{mso-style-name:”Table Normal”;
mso-tstyle-rowband-size:0;
mso-tstyle-colband-size:0;
mso-style-noshow:yes;
mso-style-priority:99;
mso-style-qformat:yes;
mso-style-parent:””;
mso-padding-alt:0in 5.4pt 0in 5.4pt;
mso-para-margin-top:0in;
mso-para-margin-right:0in;
mso-para-margin-bottom:10.0pt;
mso-para-margin-left:0in;
line-height:115%;
mso-pagination:widow-orphan;
font-size:11.0pt;
mso-bidi-font-size:10.0pt;
font-family:”Calibri”,”sans-serif”;
mso-ascii-font-family:Calibri;
mso-ascii-theme-font:minor-latin;
mso-fareast-font-family:”Times New Roman”;
mso-fareast-theme-font:minor-fareast;
mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;}
R1,W1,Im আৰু P1 হ’ল i পৰিয়ালৰ হাতলৈ অহা খাজনা (R1), মজুৰি (
Normal
0
false
false
false
EN-US
X-NONE
HI
MicrosoftInternetExplorer4
/* Style Definitions */
table.MsoNormalTable
{mso-style-name:”Table Normal”;
mso-tstyle-rowband-size:0;
mso-tstyle-colband-size:0;
mso-style-noshow:yes;
mso-style-priority:99;
mso-style-qformat:yes;
mso-style-parent:””;
mso-padding-alt:0in 5.4pt 0in 5.4pt;
mso-para-margin-top:0in;
mso-para-margin-right:0in;
mso-para-margin-bottom:10.0pt;
mso-para-margin-left:0in;
line-height:115%;
mso-pagination:widow-orphan;
font-size:11.0pt;
mso-bidi-font-size:10.0pt;
font-family:”Calibri”,”sans-serif”;
mso-ascii-font-family:Calibri;
mso-ascii-theme-font:minor-latin;
mso-fareast-font-family:”Times New Roman”;
mso-fareast-theme-font:minor-fareast;
mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;}
W1), সুদ
Normal
0
false
false
false
EN-US
X-NONE
HI
MicrosoftInternetExplorer4
/* Style Definitions */
table.MsoNormalTable
{mso-style-name:”Table Normal”;
mso-tstyle-rowband-size:0;
mso-tstyle-colband-size:0;
mso-style-noshow:yes;
mso-style-priority:99;
mso-style-qformat:yes;
mso-style-parent:””;
mso-padding-alt:0in 5.4pt 0in 5.4pt;
mso-para-margin-top:0in;
mso-para-margin-right:0in;
mso-para-margin-bottom:10.0pt;
mso-para-margin-left:0in;
line-height:115%;
mso-pagination:widow-orphan;
font-size:11.0pt;
mso-bidi-font-size:10.0pt;
font-family:”Calibri”,”sans-serif”;
mso-ascii-font-family:Calibri;
mso-ascii-theme-font:minor-latin;
mso-fareast-font-family:”Times New Roman”;
mso-fareast-theme-font:minor-fareast;
mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin;}
(Im) আৰু লাভৰ পৰিমাণ। (P1)। গতিকে ইয়াত সৰ্বমুঠ ঘৰুৱা উৎপাদন হ’ব।
এই পদ্ধতিৰ অর্থনীতিত সকলো প্রতিষ্ঠানে লাভ কৰা ৰাজহৰ পৰিমাণ উৎপাদনৰ উপাদান চাৰিটাৰ মাজত বিতৰণ কৰা হয়।
অথবা
GDP-ক দেশ এখনৰ কল্যাণৰ সূচক ৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণসমূহ আলোচনা কৰা। 6
উত্তৰঃ- বর্ধিত GDPক এখন দেশৰ কল্যাণৰ সূচকৰূপে গণ্য কৰিব নোৱাৰি। ইয়াৰ কাৰণবোৰ হৈছে-
(১) GDP যদি সীমিত সংখ্যক ব্যক্তি বা প্রতিষ্ঠানৰ হাতত কেন্দ্রীভূত হৈ থাকে, তেন্তে সমাজৰ বাকী মানুহৰ আয়ৰ পৰিমাণ কমি আহিব পাৰে। এনে ক্ষেত্ৰত দেশত কল্যাণৰ হাৰ হ্রাস হয়।
(২) অর্থনীতিত এনে বহু কার্যপ্রণালী আছে যিবোৰ মুদ্ৰাৰ ৰূপত মূল্য নিৰূপণ কৰা নহয়। গতিকে GDP গণনাৰ পৰা দেশখনৰ প্রকৃত কল্যাণত পোৱা নাযায়।
(৩) এজন ব্যক্তি বা উৎপাদনৰ উপাদান এটাই প্রতিষ্ঠানৰ কার্যকলাপত বা উৎপাদনত প্ৰভাৱ পেলোৱাটোক বাহ্যিকতা বুলি ধৰা হয়। উদাহৰণস্বৰূপে, কল-কাৰখানাৰ পৰা ওলোৱা বাহ্যিক পদার্থ যেনে ধোঁৱাই পৰিৱেশ নষ্ট কৰে। কিন্তু সুন্দৰ বাগিছা এখনে মনত আনন্দ বা সন্তুষ্টি দিব পাৰে। মানুহে সন্তুষ্টি বা অশান্তি ভোগা এনে বাহ্যিক কাৰকবোৰক GDPৰ হিচাপত ধৰা নহয়।
সেয়ে GDP দেশ এখনৰ কল্যাণৰ সূচক হিচাপে গণ্য কৰা নাযায়।
খ-অংশ
13. (i) বহনক্ষম উন্নয়নৰ সংজ্ঞা লিখা।
উত্তৰঃ- প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ নোহোৱাকৈ কৰা উন্নয়ন।
(ii) ব্রিটিছ শাসনকালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণ আছিল—
(a) ব্রিটিছ চৰকাৰৰ বিভেদমূলক শুল্ক নীতি
(b) যন্ত্র নির্মিত দ্ৰব্যৰ পৰা সম্মুখীন হোৱা প্ৰতিযোগিতা।
(c) চাহিদাৰ ধৰণৰ পৰিৱর্তন
(d) ওপৰৰ সকলোবোৰ (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ- (a) ব্রিটিছ চৰকাৰৰ বিভেদমূলক শুল্ক নীতি।
(ii) নিতি (NITI) আয়োগ কোন চনত গঠন কৰা হৈছিল? 1
উত্তৰঃ- প্রথম জানুৱাৰী ২০১৫।
(iv) ‘শ্রমশক্তি’ আৰু ‘কৰ্মশক্তি’ৰ মাজৰ পার্থক্যটো কি? 1
উত্তৰঃ- শ্রম শক্তি হ’ল যিমানবোৰ বনুৱাই কাম কৰি আছে আৰু কর্মশক্তি হ’ল প্রকৃততে কিমানবোৰ বনুৱাই প্রকৃত কাম কৰি আছে।
(v) ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা অর্থনৈতিক নীতিৰ এটা সাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ-দুয়োখন দেশে ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ সহাৱসস্থানেৰে মিশ্ৰ অর্থব্যৱস্থাৰ আহি অনুসৰণ কৰে।
(vi) চীনৰ ‘সন্মুখলৈ বৃহৎ জাপ’ (Great Leap Forward) অভিযানৰ মুখ্য গুৰুত্ব আছিল— 1
(a) ব্যক্তিগতকৰণ।
(b) উদ্যোগীকৰণৰ সম্প্ৰসাৰণ
(c) সেৱা খণ্ডৰ বিকাশ
(d) অর্থনৈতিক সংস্কাৰ। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ- (b) উদ্যোগীকৰণৰ সম্প্ৰসাৰণ।
14. উদাৰীকৰণ নীতি অনুসৰি ভাৰতীয় অর্থনীতিৰ উদ্যোগ খণ্ডত গ্ৰহণ কৰা দুটা গুৰুত্বপূর্ণ সংস্কাৰ উল্লেখ কৰা।* 2
উত্তৰঃ- (i) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ লক্ষ্যৰে উদ্যোগ খণ্ডক প্ৰতিযোগী আৰু শক্তিশালী কৰা।
(ii) ক্ষুদ্ৰ উদ্যোগৰ বাহিৰে সংৰক্ষিত উদ্যোগ সংৰক্ষিত হৈয়ে থাকিব।
অথবা
ভাৰতীয় অর্থনীতিত LPG নীতিৰ দুটা ধনাত্মক প্রভাৱৰ বিষয়ে লিখা। 2
উত্তৰঃ- (i) GDP বৃদ্ধি হয়।
(ii) মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি।
15. GST-ৰ দুটা সুবিধা লিখা।
উত্তৰঃ- (i) কৰৰ হাৰৰ সমান/একে হয়।
(ii) আঁচনিবোৰ একে হয়।
অথবা
বিমুদ্ৰাকৰণ কি? ভাৰতীয় অর্থনীতিত বিমুদ্ৰাকৰণৰ এটা ধনাত্মক প্রভাৱ উল্লেখ কৰা। 2
উত্তৰঃ- পুৰণি নোট আৰু মুদ্ৰাৰ প্ৰচলন বন্ধ কৰা। ব্যক্তি বিশেষৰ কৰ পৰিশোধ নকৰা কাৰ্য্য বন্ধ কৰা।
16. অর্থনীতিৰ খণ্ডভিত্তিক গাঁথনি কি? 2021 চনত কোনটো খণ্ডই ভাৰতৰ GDP লৈ সর্বাধিক বৰঙণি যোগাইছে? 1+1=2
উত্তৰঃ- বেছি সংখ্যক মানুহে বেলেগ বেলেগ খণ্ডত নিয়োজিত হয়। ২০২১ চনত সেৱা খণ্ডই।
অথবা
ক্ষুদ্র উদ্যোগৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- (i) মালকীস্বত্ব এজন ব্যক্তিৰ হাতত থাকে।
(ii) পৰিচালনা আৰু নিয়ন্ত্রণ মালিকৰ হাতত থাকে
17. অর্থনৈতিক আন্তঃগাঁথনি আৰু সামাজিক আন্তঃগাঁথনিৰ দুটা পার্থক্য লিখা।* 2
উত্তৰঃ- অর্থনৈতিক আন্তঃগাঁথনি আৰু সামাজিক আন্তঃগাঁথনিৰ পার্থক্য তলত উল্লেখ কৰা হ”ল-
অর্থনৈতিক আন্তঃগাঁথনিয়ে অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বৃদ্ধি কৰে। ঔদ্যোগিক খণ্ডত প্ৰতিযোগিতাৰ সৃষ্টি হয়।
সামাজিক আন্তঃগাঁথনিৰ বৈদেশিক বজাৰ সম্প্ৰসাৰণ কৰে। শিল্প বেচৰকাৰীকৰণ কৰি উত্পাদন বৃদ্ধি কৰে।
অথবা
ভাৰতৰ শক্তিৰ খণ্ডই সন্মুখীন হোৱা দুটা সমস্যাৰ বিষয়ে লিখা। 2
উত্তৰঃ- (i) অপর্যাপ্ত বৈদ্যুতিক সৰঞ্জাম।
(ii) প্রকৃত ক্ষমতাৰ অপব্যৱহাৰ।
18. কৃষি বজাৰ ব্যৱস্থাৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ লিখা।
উত্তৰঃ- (i) ভূমিৰ অধিকাৰ/পুনৰগঠন কৰা।
(ii) আধুনীক পানী যোগান ব্যৱস্থা গ্রহণ।
অথবা
কৃষিৰ বৈচিত্র্যকৰণ বুলিলে কি বুজা?
উত্তৰঃ- (i) ভূমিৰ পুনৰ বিতৰণ।
(ii) মূলধনৰ পুনৰ ব্যৱহাৰ।
19. দৰিদ্রতা দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা মূল নীতি তিনিটা কি কি? 2
উত্তৰঃ- (i) ভূমিহীন নিবনুৱা শ্ৰমিকবোৰত যথেষ্ট সংখ্যাত নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব লাগিব।
(ii) পতিত মাটি বা আবাদী মাটি উদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু শুকান মাটিত জলসিঞ্চনৰ সুবিধা সৃষ্টি কৰা।
অথবা
MGNREGA-ৰ বিষয়ে চমুকৈ এটা টোকা লিখা। 2
উত্তৰঃ- মহাত্মাগান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ ৰোজগাৰ নিয়োগ নিশ্চিত আঁচনিখনে গ্ৰামীণ নিবনুৱা সকলক ৰোজগাৰৰ জৰিয়তে সহায় কৰি আহিছে৷ যিসকল দৰিদ্ৰ নিবনুৱা লোকৰ কাম কৰাৰ সামর্থ বা ইচ্ছা থকাৰ পিছতো কাম কৰাৰ সুবিধা নাপায় সেইসকলক চৰকাৰে সুবিধা প্ৰধান কৰে। তেওঁলোকে প্ৰথমে চৰকাৰৰ ঘৰত নাম পঞ্জীয়ন কৰিব লাগে। প্ৰথমে এই আঁচনিখন ১০৩ দিনৰ বাবে ১৮২ টকাকৈ ধার্য কৰা হৈছিল। বর্তমান ইয়াৰ পৰিৱর্তন ঘটাই ১৫০ দিন আৰু দৈনিক ২০২ টকালৈ বৃদ্ধি কৰা হৈছে।
20. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। 4
উত্তৰঃ- উত্তৰঃ- ভাৰতীয় পৰিকল্পনাৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা হ’ল- (ক) আর্থিক উন্নয়নঃ- প্ৰতিটো পঞ্চবার্ষিক পৰিকল্পনাৰ আন আন উদ্দেশ্যৰ লগত অর্থনৈতিক উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। অর্থনৈতিক উন্নয়নে যাতে স্বয়ংক্ৰিয়ভাৱে আয় বিতৰণৰ সমতা ৰক্ষাত সহায় কৰে তাৰ বাবে উন্নয়নৰ স্বার্থ পূৰণ হোৱাকৈ পৰিকল্পনাৰ জৰিয়তে সম্পদৰ সঞ্চালন কৰা হয় আৰু কার্যকাৰিতা মূল্যায়ন কৰা হয়।
(খ) আত্মনিৰ্ভৰশীলতাঃ- যিবোৰ বিষয়ত ভাৰতবৰ্ষ বিদেশৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলগীয়া হয়, যেনে- খাদ্য-শস্য, মূলধানিক সা-সৰঞ্জাম, বিনিয়োজিত পূঁজি, মূল্যবান বস্তুৰ আমদানী, এইবোৰ দিশত দেশখন যাতে স্ব-নিৰ্ভৰশীল ৰূপে গঢ়ি তুলিব পাৰি তাৰ বাবে পৰিকল্পনা আয়োগে গুৰুত্ব দিয়ে।
(গ) নিবনুৱা দূৰীকৰণঃ- ভাৰতৰ এটা মূলসমস্যা হৈছে নিবনুৱা সমস্যা। এই সমস্যা হ্ৰাস কৰিবৰ বাবে প্ৰতিখন পৰিকল্পনাত নতুন নতুন আঁচনি সংযোজিত কৰি নিয়োগৰ পৰিমাণ বৃদ্ধি কৰাটোও এটা পৰিকল্পনা আয়োগৰ আন এটা উদ্দেশ্য।
(ঘ) দৰিদ্ৰতা দূৰীকৰণঃ- ভাৰতৰ আন এটা মৌলিক সমস্যা দৰিদ্ৰতা সমস্যা সমাধানৰ বাবে পঞ্চম পঞ্চবার্ষিক পৰিকল্পনাখনে এক উদ্দেশ্য হিচাপে গ্ৰহণ কৰিছিল৷ এনেদৰে দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি প্ৰয়োগেৰে দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ বান্ধি লৈছিল।
এইবোৰৰ উপৰিও এই পৰিকল্পনাই আয় বিতৰণৰ অসমতা, প্ৰযুক্তি বিজ্ঞানৰ আধুনিকীকৰণতো গুৰুত্ব দিছিল।
অথবা
সেউজ বিপ্লৱৰ দুটা ধনাত্মক আৰু দুটা ঋণাত্মক প্রভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা। 2+2=4
উত্তৰঃ-
(ক) সেউজ বিপ্লৱে জৈৱবৈচিত্র্যত ভাবুকি আনিছে। বহু কীট পতঙ্গ আৰু ইয়াক ৰক্ষা কৰি জীয়াই থকা চৰাই চিৰিকটিৰ অৱলুপ্তি হৈছে। লগতে এই কীটনাশকে জল প্ৰদূষণৰৰ সুচনা কৰিছে।
(খ) ব্যাপক হাৰত জনসিঞ্চনৰ ব্যৱহাৰে অঞ্চল বিশেষত ভু-গৰ্ভত থকা খনিজ লৱণ পৃষ্ঠভাগলৈ উঠি অহাত সহায় কৰিছে আৰু ই ভূমিৰ গুণাগুণ অৱনমিত কৰিছে।
21. জনসাংখ্যিক গাঁথনিৰ নিৰ্দেশকসমূহৰ ভিত্তিত ভাৰত, চীন আৰু পাকিস্তানৰ এটি তুলনামূলক টোকা প্রসুত কৰা।
উত্তৰঃ-
অথবা
(i) চীনৰ দ্রুত অর্থনৈতিক বিকাশৰ দুটা কাৰণ লিখা।
উত্তৰঃ-
(ii) পাকিস্তানৰ মন্থৰ অর্থনৈতিক বৃদ্ধিৰ দুটা কাৰণ লিখা। 2
উত্তৰঃ-
22. নিবনুৱাৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে লিখা। 4
উত্তৰঃ- (i) গ্রাম্য নিবনুৱা।
(ii) চহৰীয়া নিবনুৱা।
(iii) ছদ্মবেশী নিবনুৱা।
(iv) গঠনমূলক নিবনুৱা।
(v) প্রতিষ্ঠানিক নিবনুৱা।
23. অর্থনৈতিক উন্নয়ন পৰিবেশ বিনষ্ট হোৱাৰ এটা কাৰণ নেকি? তোমাৰ উত্তৰৰ সপক্ষে যুক্তিযুক্ততা আগবঢ়োৱা।
উত্তৰঃ-
অথবা
(i) গোলকীয় উষ্ণতা বৃদ্ধিৰ দুটা কাৰণ লিখা।
উত্তৰঃ-
(ii) ভাৰতবৰ্ষত বহনক্ষম উন্নয়ন প্রাপ্তিৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা। 2
উত্তৰঃ-
24. জৈৱিক কৃষি কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা৷ 1
উত্তৰঃ-
অথবা
মানৱ মূলধন কি? মানৱ মূলধন গঠনৰ উৎসসমূহ আলোচনা কৰা। 1+5=6
উত্তৰঃ- দেশৰ মানৱ সম্পদসমূহক মূলধনলৈ ৰূপান্তৰ কৰাকে মানৱ মূলধন বোলে।
মানৱ মূলধনৰ উৎস হ’ল-
(i) শিক্ষাৰ স্তৰ।
(ii) বৃত্তিগত প্রশিক্ষণ
(iii) নিয়োগ বজাৰ
(iv) নিয়োগৰ কৌশল
(v) প্ৰব্ৰজনৰ বাবে হোৱা ব্যয়।
Leave a comment